• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদালতত হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা,বিচাৰিব লাগিব জামিন

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
February 23, 2022 8:22 pm
Himanta-Biswa-Sarma-5-750x375
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আদালতত হাজিৰ হ’ব লাগিব!

আদালতত হাজিৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জামিন বিচাৰিব লাগিব।

Apply Now

মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ২০১৯ চনতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই নিৰ্বাচন আয়োগত দাখিল কৰিছিল এক অভিযোগ।

সেয়া আছিল নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা মালিকাধীন নিউজ লাইভৰ এক আচুতীয়া সাক্ষাৎকাৰত নিৰ্বাচনী বিধি উলংঘা কৰিছিল মুখ্যমন্ত্ৰীয়ে।

নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পাছত এই সাক্ষাৎকাৰত বহিছিল মুখ্যমন্ত্ৰীগৰাকী।

বৰ্তমান আদালতৰ মজিয়া পাইছে গৈ এই সমগ্ৰ বিষয়।

কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে জাৰি কৰিছে এক চমন।

অহা ২৫ ফেব্ৰুৱাৰীৰ দিনা কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। আদালতত গৈ জামিন ল’ব লাগিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

display_pdf – 2022-02-23T092711.310

প্ৰদেশ কংগ্ৰেছৰ তেতিয়াৰ সভাপতি ৰিপুন বৰা আৰু সাধাৰণ সম্পাদকে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দাখিল কৰিছিল অভিযোগ।

হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰা সন্দৰ্ভত অসম চৰকাৰৰ তদানীন্তন সচিব, দিচপুৰৰ নিৰ্বাচন বিভাগৰ তদানীন্তন সচিবে ভাৰতৰ নিৰ্বাচন আয়োগৰ ওচৰত 11.04.2019 তাৰিখে ইএলই.49/2019/পিটি-আই দাখিল কৰিছিল।

নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদালতে চমন জাৰি কৰাৰ বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মনজিত মহন্তই নৰ্থ ইষ্ট নাওক কয়’—  হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বিধি উলংঘা কৰাটো এক গুৰুতৰ বিষয় হিচাবে কংগ্ৰেছে গ্ৰহণ কৰিছিল। সেইবাবেই তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী কংগ্ৰেছে উত্থাপন কৰিছিল আৰু এই সন্দৰ্ভত গোচৰো তৰিছিল। গণতান্ত্ৰিক ব্যৱস্থাত এনে বিধি উলংঘনৰ ঘটনা নিতান্তই গৰিহণাৰ যোগ্য বিষয়।সেই সময়ত শাসনত বিজেপিৰ চৰকাৰেই আছিল। বিষয়টো যিহেতু বৰ্তমান আদালতৰ বিচাৰাধীন হৈ আছে সেয়ে আদালতে এই বিষয়ত ন্যায় প্ৰদান কৰিব বুলি আমি আশাবাদী’।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

October 31, 2026 11:22 am
ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

October 31, 2026 11:15 am
এইবাৰ নতুন বিপদ লিম্পেট মাইন! হৰমুজত টেংকাৰত বৃহৎ আক্ৰমণ, ভিতৰত ২৭ জন ভাৰতীয় নাৱিক

এইবাৰ নতুন বিপদ লিম্পেট মাইন! হৰমুজত টেংকাৰত বৃহৎ আক্ৰমণ, ভিতৰত ২৭ জন ভাৰতীয় নাৱিক

October 31, 2026 10:23 am
“সম্পৰ্ক এটা শেষ কৰাৰ অধিকাৰ পুৰুষৰ নাই নেকি?”  ধৰ্ষণৰ ভুৱা গোচৰত প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

“সম্পৰ্ক এটা শেষ কৰাৰ অধিকাৰ পুৰুষৰ নাই নেকি?”  ধৰ্ষণৰ ভুৱা গোচৰত প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

October 31, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

October 31, 2026 11:22 am
ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

October 31, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd