DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীয়ে মুকলি কৰিলে মাজুলীৰ উপায়ুক্তই কণ্ঠদিয়া ‘মাজুলী অ’ মাজুলী’ গীতৰ এলবাম

কৃষক মুক্তি আৰু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
January 14, 2019 4:57 pm
CM releasing Majuli-O-Majuli
587
VIEWS
Share on FacebookShare on Twitter

আজি মাজুলীত মুখ্য মন্ত্ৰী উপস্থিত হোৱাৰ পিছতে প্ৰতিবাদমূখৰ হৈ পৰিল মাজুলী। আজিৰ দিনটোক ক’লা দিৱস হিচাপে পালন কৰিছে যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিয়ে। মাজুলীৰ বিভিন্ন প্ৰান্তত ক’লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও কমলাবাৰীত ক’লা পতাকা উৰুৱাই টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে যুৱ ছাত্ৰ পৰিষদে।

উল্লেখ্য যে ২১ জানুৱাৰিত মাজুলীৰ তিনিটা সমষ্টিত হ’ব লগা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সম্পৰ্কত দলীয় নেতা-কৰ্মীৰে আজি মিলিত হয় মুখ্যমন্ত্ৰী। মুখ্য মন্ত্ৰীৰ এই ভ্ৰমণতে মাজুলীক লৈ গীতিকাৰ অনুৰাধা দাসে লিখা আৰু ড০ সংগীতা কাকতিৰ লগতে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই কণ্ঠ দান কৰা এটি এলবাম মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰে গড়মূৰ উপায়ুক্তৰ আলোচনাকক্ষত। উক্ত অনুষ্ঠানত ইয়াতে উন্মোচন হোৱা ‘মাজুলী অ মাজুলী’ এলবামৰ পৰা মাজুলীৰ উপায়ুক্তগৰাকীয়ে গীতো পৰিৱেশন কৰে।

ইফালে মুখ্যমন্ত্ৰীৰ আগমনক লৈ মাজুলীৰ সদৰ গড়মূৰতো ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

মুখ্যমন্ত্ৰী গ’ বেক, নাগৰিকত্ব (সংশোধনী) বিধেয়ক বাতিল কৰক আদিৰ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষয়ে প্ৰতিবাদকাৰী  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ  প্ৰতিবাদকাৰীক সদস্যক আটক কৰে। উল্লেখ্য নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে মাজুলীত বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে।

Recent News

Durand Cup

আজিৰ পৰা আৰম্ভ হ’ব ডুৰাণ্ড কাপ: গুৱাহাটীত অনুষ্ঠিত হ’ব দহখন খেল

Guwahati

প্ৰেমৰ ভয়ংকৰ পৰিণতি নে অন্য কিবা! উত্তৰ গুৱাহাটীত যুৱতীক নৃশংস হত্যা

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd