DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৰ্থনৈতিক পৰামৰ্শদাতা সমিতিৰ সৈতে মুখ্য মন্ত্ৰী সোণোৱালৰ প্ৰথম বৈঠক

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 7, 2020 5:32 pm
CM Sonowal meets advisory committee for revitalisation of economy

মুখ্য মন্ত্ৰী আৰু সমিতিৰ বৈঠকৰ ছবি। সৌজন্য-- টুইটাৰ।

3.8k
VIEWS
Share on FacebookShare on Twitter

কৰ’না সংক্ৰমণ ৰোধ কৰাৰ বাবে ঘোষিত লকডাউনে বিধ্বস্ত কৰা ৰাজ্য অৰ্থনীতিৰ পুনৰ উদ্ধাৰৰ বাবে গঠন কৰা বিশেষ পৰামৰ্শদাতা সমিতিৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গুৰুত্বপূৰ্ণ প্ৰথমখন বৈঠক আজি অনুষ্ঠিত হয়।

ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকখনত উপস্থিত থাকে সুভাষ চন্দ্ৰ দাসৰ নেতৃত্বত গঠিত ৮জনীয়া সমিতিখনৰ সদস্যসকল।

ডঃ দাসৰ অধ্যক্ষতাত ৰাজ্যিক পৰ্যায়ত গঠন কৰা সমিতিয়ে উন্নয়নৰ সকলো দিশত যি প্ৰতিবেদন আৰু পৰামৰ্শ দিব তাৰ ভিত্তিত ৰাজ্য চৰকাৰে গুৰুত্ব দি আগবাঢ়িব বুলি প্ৰকাশ কৰে মুখ্য মন্ত্ৰী সোণোৱালে।

Interacted with the Chairman and members of the Advisory Committee for revitalisation of economy in Guwahati.

The committee will suggest measures for the revival of the economy and our Govt will take up necessary initiatives based on its suggestions. pic.twitter.com/MNFdl5cn64

— Sarbananda Sonowal (@sarbanandsonwal) May 7, 2020

পুৱা ভাগতে ৰাজ্য পঞ্চায়তৰ সচিব আৰু সভাপতিসকলৰ সৈতে মুখ্য মন্ত্ৰীয়ে ফোনৰ জৰিয়তে মত বিনিময় কৰে।

আৰম্ভ হোৱা এমএনৰেগা আৰু প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ কামসমূহ যাতে নিখুঁতভাৱে কৰা হয়, কোনোৱে যাতে দুৰ্নীতিক প্ৰশ্ৰয় দিব নোৱাৰে তাৰ বাবে তীক্ষ্ণ দৃষ্টি ৰখাৰ নির্দেশ প্ৰদান কৰা হৈছে বুলি সোণোৱালে কয়৷

“প্ৰতিখন পঞ্চায়তত যাতে পুঁজিৰ সৎ ব্যৱহাৰ হয় তাৰ ওপৰত গুৰুত্বপূৰ্ণ দৃষ্টি ৰাখিব লাগিব। অন্যথা দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব,” মুখ্য মন্ত্ৰী সোণোৱালে কয়৷

কৰ’নাৰ বিৰুদ্ধে যুঁজ চলি থকাৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় “এমজিএনেৰেগা আৰু অনান্য কামসমূহ চলি থকা সময়ত সকলোৱে সামাজিক ব্যৱধান আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।”

আনহাতে দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বাস কৰা কোনো ব্যক্তি যাতে এই আঁচনিৰ পৰা বাদ নপৰে, প্ৰাপ্য অধিকাৰৰ পৰা যাতে কোনো বঞ্চিত নহয় তাৰ বাবে গুৰুত্ব দিয়াৰ আহ্বান জনায় মুখ্য মন্ত্ৰী গৰাকীয়ে৷

ইপিনে বৈঠকৰ অন্তত সমিতিৰ অধ্যক্ষ দাসে কয়, “দুই-এদিনৰ ভিতৰতে চৰকাৰৰ সংগঠনসমূহলৈ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ তথ্যসমূহ বিচাৰি লিখা হ’ব। তাৰ পিছতে কিদৰে আগবাঢ়িব লাগিব আমি কব পাৰিম।”

Recent News

Dog killed three-day-old baby in Panipat

চিকিৎসালয়ৰ বিচনাৰ পৰা তুলি নি তিনিদিনীয়া কেঁচুৱাক হত্যা কৰিল কুকুৰে

ONGC Helicopter accident

জৰুৰী অৱতৰণ কৰিবলৈ গৈ আৰৱ সাগৰত পৰিল অ’এনজিচিৰ হেলিকপ্টাৰ: চাৰিজন নিহত

Mohammed Zubair

সাংবাদিক মহম্মদ জুবেইৰক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd