• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথত প্ৰচলিত মুদ্ৰা পৰিণত হৈছে অঘোষিত অপ্ৰচলিত মুদ্ৰালৈ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
August 11, 2018 12:37 pm
unnamed-01
107
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ জিলাত চৰকাৰীভাৱে প্ৰচলিত খুচুৰা মুদ্ৰাকলৈ এইবাৰ সমস্যাৰ সৃষ্টি হৈছে। চৰকাৰীভাৱে প্ৰচলিত দ’ম দ’ম খুচুৰা পইচা এতিয়া ভালুকৰ সাঙীত পৰিণত হৈছে ক্ৰেতা বিক্ৰেতাৰ বাবে। বৰ্তমান পৰিস্থতি এনে হৈছে যে বেংক, ব্যৱসায়ী, গ্ৰাহক সকলোৱে খুচুৰা পইচা বুলি ক’লেই উচপিচাই  উঠে। চৰকাৰী ভাৱে প্ৰচলিত ১ টকীয়া, ২ টকীয়া, ৫ টকীয়া আৰু ১০ টকীয়া মুদ্ৰাৰ এতিয়া মূল্য শূন্য।

বিশ্বনাথত এতিয়া কোনো লোকেই নিবিচাৰে ল’বলৈ এই মুদ্ৰাসমূহ। আশ্চৰ্যজনক কথাটো হৈছে আনকি বিশ্বনাথ চাৰিআলিৰ ষ্টেট বেংক,  ইউক’ বেংক, এক্সিচ বেংককে ধৰি সকলো বেংকতে এনেধৰণৰ মুদ্ৰা জমা লোৱাৰ ক্ষেত্ৰত যেন অঘোষিত নিষেধাজ্ঞা বলবৎ কৰা হৈছে।

‘ডিজিটেল ইণ্ডিয়া’ৰ কথা কোৱা চৰকাৰখনে দৰিদ্ৰ ৰাইজৰ হাতত থকা এনে মুদ্ৰা বন্ধ কৰাৰ ষড়যন্ত্ৰত লিপ্ত থকাৰো অভিযোগ উত্থাপন হৈছে। বহুজনে আনকি আপদ বিপদৰ কাৰণে সঞ্চয় কৰা এনে মুদ্ৰাক লৈ বিপাঙত পৰা পৰিলক্ষিত হৈছে ।

আশ্চৰ্যকৰ বিষয় এই যে বহু সৰু-সৰা ব্যৱসায়ীয়ে দোকানত মৰ্টনৰ সলনি বৈয়ামত সজাই ৰাখিছে অচল হ’বলৈ ধৰা প্ৰচলিত মুদ্ৰাবোৰ । খুচুৰা মুদ্ৰাৰ বাবেই এতিয়া তামোল আৰু মৰ্টন বিক্ৰী কৰিবলৈ এৰি দিছে একাংশ পাণ দোকানীয়ে । খুচুৰা মুদ্ৰা সমুহ অচল হ’বলৈ ধৰা ঘটনাৰ বাবে বিশ্বনাথবাসী ৰাইজৰ এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে। এতিয়া এই খুচুৰা মুদ্ৰাৰে আমি কি কৰিব আৰু এয়া মোডী চৰকাৰৰ পৰোক্ষ বিমুদ্ৰাকৰণ নেকি তাকে লৈ বিশ্বনাথবাসীৰ প্ৰশ্নৰ উদয় হৈছে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd