• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুৰণিগুদামত কোভিড-১৯ৰ দ্ৰুত সংক্ৰমণ : ছেনিটাইজ কৰিবলৈকো অপাৰগ স্থানীয় প্ৰশাসন

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
August 6, 2020 9:53 am
index.jpgকক
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ বৃহত্তৰ পুৰণিগুদামৰ বিভিন্ন অঞ্চলত সম্প্ৰতি কোভিড-১৯ৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাইছে।

ঐতিহ্যমণ্ডিত অঞ্চলটোৰ ব্যাৱসায়ীক প্ৰাণ কেন্দ্ৰ হিচাপে পৰিচিত পুৰণিগুদাম কেঞাপট্টিত ইতিমধ্যে ৭ জনকৈ লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে৷

Apply Now

জানিব পৰা মতে, পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ৰ সমীপতে মৃদুল চন্দ্ৰ বৰা নামৰ লোকজনৰ বাসগৃহৰ চৌহদত ভাড়াতীয়া হিচাপে থকা শিশুসহ মুঠ পাঁচগৰাকীকৈ লোক ক্ৰমে অনামিকা বৰা(৩৪), পম্পী দাস(৩৫), লক্ষ্য ডেকা(৩৫), ঋতুপৰ্ণা ডেকা(২৪), নিহাৰিকা গোঁহাই(৭)ৰ দেহত যোৱা কালি কোভিড-১৯ পজিটিভ ধৰা পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত গণ সংক্ৰমনৰ আশংকাই বিৰাজ কৰিছে।

আনহাতে পুৰণিগুদাম বৰুৱাচুকস্থিত বন্ধন বেঙ্কৰ এটা শাখা কাৰ্যালয়ত কৰ্মৰত মেনাজাৰসহ দুজনকৈ ক্ৰমে কাঢ়িবাৰি মিকিৰভাটাৰ নিবাসী বিকাশ পাটৰ(২৩) আৰু চাপৰমুখৰ নিবাসী প্ৰদীপ গগৈ(৩০) কোভিড-১৯ত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে।

আনহাতে পুৰণিগুদাম বৰুৱাচুক গাঁৱৰ নিবাসী ভাষ্কৰ্য্য শিল্পী পাৰ্থ প্ৰতিম বৰুৱা নামৰ লোকজনৰো যোৱা ৩ জুলাইত স্বেচ্ছাৰে স্বাৱ টেষ্ট কৰোৱাত কোভিড পজিটিভ ধৰা পৰাৰ পাছতে যোৱা কালি বৰুৱাৰ ভাতৃ লক্ষীনন্দন বৰুৱাৰ দেহতো ধৰা পৰে কোভিড পজিটিভ৷

ইতিমধ্যে পুৰণিগুদামৰ পৰা যোৱা কালি বন্ধন বেংকৰ কৰ্মচাৰী ক্ৰমে, বিকাশ পাটৰ, প্ৰদীপ গগৈ আৰু লক্ষ্য ডেকাৰ লগতে ডেকাৰ পত্নী ঋতুপৰ্ণা ডেকাক ডেৰ বছৰীয়া পুত্ৰসহ নগাঁৱৰ ধিঙস্থিত কোভিড কেয়াৰ চেন্টাৰলৈ নিয়া হয় যদিও আন তিনি গৰাকীকৈ কোভিড আক্ৰান্ত ভাৰাতীয়া লোকক মৃদুল চন্দ্ৰ বৰাৰ বাসগৃহতে সম্পূৰ্ণ চৰকাৰী নীতি-নিৰ্দেশনা অনুযায়ী আছুতীয়াকৈ ৰাখি চিকিৎসাৰ ব্যৱস্থা কৰিছে।

আনহাতে উক্ত ঠাইখন সৰ্বসাধাৰণৰ বাবে নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰিছে স্বাস্থ্য বিভাগে৷

উল্লেখ্য যে, পুৰণিগুদামৰ মিকিৰহাট, বৰুৱাচুক, কেঞাপতিকে ধৰি বিভিন্ন ঠাইত এজনৰ পাছত এজনকৈ লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পাছত গণ-সংক্ৰমণৰ আশংকা ঘণীভূত হৈছে যদিও সেই স্থান সমূহত স্থানীয় প্ৰশাসনে ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰা দেখা পোৱা নাই৷

যাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ সচেতন মহলে চৰম অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷

Tags: COVID-19
ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd