• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Petrol price hike in Guwahati: গুৱাহাটীত পেট্ৰ’লৰ দামে মাৰিলে চেঞ্চুৰী; ক্ষোভ উজাৰিছে সাধাৰণ নাগৰিকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2021 11:51 am
WhatsApp Image 2021-10-10 at 8.18.51 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Petrol price hike in Guwahati: উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তথা বৃহৎ মহানগৰী গুৱাহাটীত পেট্ৰ’লৰ দামে ১০০টকা অতিক্ৰম কৰিলে।

প্ৰথমবাৰৰ বাবে আজি গুৱাহাটীত পেট্ৰ’লৰ দামে ১০০টকাৰ সীমা অতিক্ৰম কৰিলে।

গুৱাহাটীত দেওবাৰে পেট্ৰ’ল ১০৭টকাত বিক্ৰী হোৱাৰ বিপৰীতে ডিজেল বিক্ৰী হৈছে ৯২.৫৭টকাত।

Apply Now

মহানগৰীৰৰ সাধাৰণ নাগৰিকৰ মাজত পেট্ৰ’ল-ডিজেলৰ এনে আকাশলংঘী মৃল্যবৃদ্ধিয়ে তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছে।

অসমত, বিশেষকৈ গুৱাহাটীত ইন্ধনৰ মূল্যবৃদ্ধিয়ে সাধাৰণ নাগৰিকৰ জীৱন যাত্ৰাত সংকটৰ সৃষ্টি কৰিছে।

ইতিমধ্যে কোভিড-১৯ অতিমাৰী সৃষ্ট পৰিস্থিতিৰ সাধাৰণ নাগৰিকৰ ওপৰত গভীৰ প্ৰভাৱ পৰাৰ পাছত পেট্ৰ’ল-ডিজেলৰ এনে আকাশলংঘী মৃল্যবৃদ্ধিয়ে ভুতৰ ওপৰত দানহ পৰাদি আকৌ জুৰুলা কৰি তুলিছে।

Also Read: Sex racket busted: যৌনতাৰ বেহা! ডিব্ৰুগড়ত দেহ ব্যৱসায় চক্ৰ উৎখাত; চাৰিজনক গ্ৰেপ্তাৰ

‘’পেট্ৰ’ল-ডিজেলৰ দাম যিদৰে বৃদ্ধি পাইছে সেইদৰে আমাৰ দৰমহা বৃদ্ধি পোৱা নাই। চৰকাৰে সাধাৰণ নাগৰিকৰ কথা চিন্তা কৰা উচিত। সাধাৰণ ৰাইজেই ইয়াৰ পৰিনাম ভূগিবলগীয়া হৈছে,’’-গুৱাহাটীৰ এটা তেল ডিপোত পেট্ৰ’ল ভৰোৱাৰ পাছতে এগৰাকী নাগৰিক ৰাজীৱ দাসে এইদৰে কয়।

আন এগৰাকী নাগৰিক দীপেন্দ্ৰ বৰগোঁহাইয়ে কয়,’’মই এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী। গণেশগুৰিত মোৰ এখন দোকান আছে। অতিমাৰী আৰম্ভ হোৱাৰে পৰা তথা লকডাউন চলি থকাৰ বাবে মোৰ ব্যৱসায় ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান আৰ্থিক অৱস্থা একেবাৰে শোচনীয়। ইন্ধনৰ এনে মূল্যবৃদ্ধিয়ে অধিক উদ্বেগৰ সৃষ্টি কৰিছে।‘’

Also Read: দেশৰ ১৩খন হাইকোৰ্টৰ নতুন মুখ্য ন্যায়াধীশ নিয়োগ; কোনে ক’ত পালে নিযুক্তি?

‘’অযথা তথাকথিত উন্নয়নমূলক আঁচনিসমূহ আৰম্ভ কৰা তথা বৃহৎ কোম্পানীক প্ৰকল্পসমূহ গতাই দিয়াৰ পৰিৱৰ্তে চৰকাৰে প্ৰথমতে সাধাৰণ লোকৰ কথা চিন্তা কৰিব লাগে। চৰকাৰে প্ৰথমতে চলি থকা সমস্যাসমূহ সমাধান কৰা উচিত। সাধাৰণ নাগৰিকৰ বিষয়ে চিন্তাই কৰা নাই,’’- আন এগৰাকী নাগৰিক বিমল বৰাই কয়।

ইপিনে, শনিবাৰেই উজনি অসমৰ ডিব্ৰুগড় আৰু লখিমপুৰ জিলাত পেট্ৰ’লৰ দামে ১০০টকা অতিক্ৰম কৰিছে।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd