• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাছিয়াত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা ২০,০০০ অতিক্ৰম; মৃত্যু ১৭০

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 14, 2020 7:06 pm

1 min read

Story-4-5-1140x570

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

8k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছে সংহাৰ অব্যাহত ৰাখিছে। বিশ্বৰ অন্যান্য দেশ সমূহৰ লগতে ৰাছিয়াতো ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাই ২০,০০০ অতিক্ৰম কৰিছে।

মঙলবাৰে ৰাছিয়াত নতুনকৈ ২,৭৭৪ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হয়।

মঙলবাৰে দেশখনত নতুনকৈ ক’ৰ’নাত আক্ৰান্ত লোক সকলক ধৰি ৰাছিয়াত বৰ্তমানলৈ মুঠ ২১,১০২ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

আনহাতে, ৰাছিয়াত ক’ৰ’নাত আক্ৰান্ত হোৱা ২১,১০২ গৰাকী লোকৰ ভিতৰত মুঠ ১৭০ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ সংক্ৰমিত হৈ মৃত্যু মুখত পৰিছে।

ৰাছিয়াৰ ভিতৰত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে দেশৰ ৰাজধানী মস্কো। মস্কোত শেহতীয়াভাৱে ১,৪০০ গৰাকী লোক নতুনকৈ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

উল্লেখযোগ্য যে, ভাৰততো ক’ৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১০,০০০ অতিক্ৰম কৰিছে।

ভাৰতত ৩৫০ লোক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু মুখত পৰিছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰক সম্বোধন কৰি ল’কডাউন ৩ মে’লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।

Tags: COVID-19

Recent News

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd