• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যসভাত বিধেয়ক উত্থাপন নোহোৱাৰ কৃতিত্বৰ দাবী কংগ্ৰেছ-অগপৰ

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , February 14, 2019 10:57 am

2 min read

Guwahati-KMSS-celebrated-2-750x375

ৰাজ্যসভাত বিধেয়ক উত্থাপন নোহোৱাত এইদৰে কৃষক মুক্তিৰ সদস্যসকলে বুধবাৰে গুৱাহাটীত পালন কৰে বিজয় উৎসৱ। ফটো : য়ু বি

998
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ দল-সংগঠনে সাব্যস্ত কৰা তীব্ৰ প্ৰতিবাদ তথা বিৰোধী ৰাজনৈতিক দলসমূহে নিৰন্তৰ হেচা প্ৰদান কৰাৰ বাবেই ১৩ ফেব্ৰুৱাৰি অৰ্থাৎ বুধবাৰে নাগৰিকত্ব বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰাত বিফল হ’ল বিজেপি। উত্তৰ-পূববাসীয়ে লাভ কৰা এই সফলতাৰ এতিয়া কৃতিত্বৰ দাবী কৰিছে কংগ্ৰেছ আৰু অসম গণ পৰিষদ দলে।

‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গ্ৰহণ কৰা সবল স্থিতিৰ বাবেই কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰাত ব্যৰ্থ হয়। বিধেয়কৰ বিৰুদ্ধাচৰণ কৰি আমি মিত্ৰজোঁট চৰকাৰৰ পৰা ওলাই আহিছিলো আৰু আমাৰ সেই সিদ্ধান্তই বিধেয়কখন গৃহীত কৰাত বিজেপিক নৈতিকভাৱে পৰাস্ত কৰিছিল’। অগপ সভাপতি অতুল বৰাই এইদৰে কয়।

এই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে অগপ দলে প্ৰথম দিনাৰ পৰাই বিৰোধিতা কৰি অহা বুলিও তেওঁ লগতে উল্লেখ কৰে।

ইফালে ৰাজ্যসভাত বিধেয়কখন উত্থাপন নোহোৱা কাৰ্যত সকলোৱে সন্তুষ্টি প্ৰকাশ কৰাৰ সময়তে বিধেয়ক বাতিলৰ কৃতিত্বৰ দাবী কৰিছে কংগ্ৰেছে।

‘আমাৰ দল আৰু পাৰ্টী অধ্যক্ষ ৰাহুল গান্ধী সদাই এই বিধেয়কখনৰ বিৰুদ্ধে আছিল। যদি এই বিধেয়কখন ৰাজ্যসভাত উত্থাপন হ’ল হেতেন তেন্তে আমি শাসনত আহিলেই বিধেয়কখন বাতিল কৰাৰ বাবে দৃঢ় প্ৰতিজ্ঞাবদ্ধ আছিলো’। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এইদৰে মন্তব্য কৰে।

বিজেপিয়ে লোকসভাৰ দৰে ৰাজ্যসভাতো বিধেয়কখন গৃহীত কৰিবলৈ কৰা চেষ্টাত বিফল হোৱাত সন্তুষ্টি প্ৰকাশ কৰি ‘এই বিজয় অসমবাসী ৰাইজৰ’ বুলি মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd