• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজীৱ ভৱনত কংগ্ৰেছৰ ১৩৭ তম প্ৰতিষ্ঠা দিৱস উদযাপন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2021 7:45 pm
Congress
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি দিনজোৰা কাৰ্য্যসূচীৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে দলৰ মূখ্য কাৰ্যালয়ত ১৩৭ তম প্ৰতিষ্ঠা দিৱস পালন কৰে। দলৰ সভাপতি ভূপেন বৰাই পতাকা উত্তোলন কৰি আজিৰ পৰিস্থিতিত দলৰ হকে সকলোকে এক উৎসাহীকৃত প্ৰাণ হিচাপে গঢ়ি তুলিবলৈ আহবান জনায়।

ইয়াৰ পাছতে নিখিল ভাৰত কংগ্ৰেছ সেৱাদলৰ ৰাষ্ট্ৰীয় সম্পাদক চন্দন বৰুৱাই সকলোকে শপত পাঠ কৰোৱায়। অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি সেৱাদলৰ দ্বাৰা এক ত্ৰিৰংগা শোভা যাত্ৰা উলিওৱা হয়।

Apply Now

৭৫ বছৰীয়া স্বাধীনতা দিৱস উদযাপন সমিতিৰ অধ্যক্ষ শ্ৰীশৰৎ বৰকটকীদেৱৰ প্ৰস্তাৱমৰ্মে ভূপেন কুমাৰ বৰাই সভাপতিত্ব কৰা সভাত প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মাই দলৰ প্ৰতিষ্ঠা কালৰ পটভূমি দাঙি ধৰে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ আবু নাছাৰ ছাঈদ আহমদে লিখা লিখিত ভাষণ শৈলেন বৰা পাঠ কৰে। দলৰ সভাপতি শ্ৰীভূপেন কুমাৰ বৰাই সাম্প্ৰতিক সময়ত দলৰ প্ৰাসঙ্গিকতাৰ সন্দৰ্ভত সকলোকে সক্ৰিয় সহযোগিতা কামনা কৰে।

উক্ত সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন সাংসদ বলীন কুলি, বিধায়ক ৰেকিবুদ্দিন আহমেদ, নুৰুল হুদা, নন্দিতা দাস, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য, বিপুল গগৈ, নৃপেন্দ্ৰ ঠাকুৰীয়া প্ৰমুখ্যে বহু জ্যেষ্ঠ কংগ্ৰেছ নেতা উপস্থিত থাকে।

কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ লগতে আজি কংগ্ৰেছ সেৱাদলৰ ৯৮ তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। উক্ত সভাতে অসম প্ৰদেশ কংগ্ৰেছ সেৱাদলৰ নৱনিযুক্ত সভাপতি হিচাপে দীপ বায়নে আনুষ্ঠানিকভাৱে কাৰ্য্যভাৰ গ্ৰহণ কৰে।

সভাৰ আৰম্ভণিতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সেৱাদলৰ প্ৰতিষ্ঠাপক এন.এছ. হাৰ্ডিকাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

তেওঁ ভাষণত সেৱাদলৰ শৃংখলিত কাৰ্য্যসূচীক ভূয়সী প্ৰসংশা কৰে আৰু নিশ্চিতভাৱে দল শক্তিশালী হৈ উঠিব বুলি মত পোষণ কৰে। সেৱাদলৰ নৱনিযুক্ত সভাপতি দীপ বায়নে দলৰ সভাপতি ভূপেন বৰাৰ গতিশীল নেতৃত্ব, ব্যক্তিত্ব আৰু বলিষ্ঠ পদক্ষেপক শলাগ লয় লগতে ভৱিষ্যতে তেওঁৰ নেতৃত্বত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সেৱাদলৰ ভূমিকা আৰু প্ৰাসঙ্গিকতা পাঠ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am
পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

October 2, 2026 7:51 am
হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am
পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

October 2, 2026 7:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd