DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, March 30, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
May 22, 2022 4:11 pm
170
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ দখলত থকা বটদ্ৰৱা সমষ্টিত কালি একাংশ উত্তেজিত লোকে থানা জ্বলাই দিয়াৰ ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এনে সময়তে বটদ্ৰৱাৰ সমগ্ৰ ঘটনাৰ সবিশেষ বুজ লৈ ৪৮ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি শ্ৰভূপেন কুমাৰ বৰাই এখন বিশেষ কমিটী গঠন কৰি দিছে।

উক্ত সমিতিৰ সদস্যসকলৰ ভিতৰত বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছ বিধায়িকা শিৱামণি বৰাও আছে।

শিৱামণি বৰাই কালি বটদ্ৰৱা থানা আক্ৰমণ কৰাৰ ঘটনাক কঠোৰ ভাবে গৰিহণা দিয়াৰ লগতে দোষীক শাস্তি প্ৰদান কৰিব লাগে বুলি কৈছিল।

লগতে তেওঁ আৰক্ষীৰ জিম্মাত মৃত্যু ঘটা ছফিকুলৰ মৃত্যুৰ তদন্তও দাবী কৰিছিল।

Recent News

broilers seized in Srirampur

নিষেধাজ্ঞাৰ মাজতো চলিছে সৰবৰাহ! শ্ৰীৰামপুৰত ব্ৰয়লাৰ ভৰ্তি ১০ খন বাহন জব্দ

Indore Temple Floor Collaps

ইন্দোৰত ভয়াৱহ দুৰ্ঘটনা: মন্দিৰৰ পুখুৰীত পৰি ১২ গৰাকীৰ মৃত্যু

জৰায়ুৰ মুখৰ কেঞ্চাৰ(চাৰ্ভিকেল কেঞ্চাৰ)ৰ বিষয়ে কিছু কথা

জৰায়ুৰ মুখৰ কেঞ্চাৰ(চাৰ্ভিকেল কেঞ্চাৰ)ৰ বিষয়ে কিছু কথা

যৌনতাৰ বিষয়ে গুগুলে সঘনাই সন্মুখীন হোৱা প্ৰশ্নকেইটা

যৌনতাৰ বিষয়ে গুগুলে সঘনাই সন্মুখীন হোৱা প্ৰশ্নকেইটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd