• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি নগাঁৱত হিংসাত্মক ঘটনা :কংগ্ৰেছী গুণ্ডাৰ আক্ৰমণত আহত বৃদ্ধ

মিণ্টু দাস by মিণ্টু দাস
November 18, 2018 1:35 pm
ff

নগাঁৱত কংগ্ৰেছী গুণ্ডাই আক্ৰমণ কৰি আহত কৰা বৃদ্ধ গৰাকী। ফটো : নৰ্থইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ  ৰাজ্যতে এতিয়া বলিছে নিৰ্বাচনী বতাহ। প্ৰতিজন প্ৰাৰ্থী আৰু সমৰ্থকসকলে নিৰ্বাচনত জয়লাভ কৰাৰ বাবে বিভিন্ন কূট-কৌশল ৰচনা কৰিছে। ইয়াৰ মাজতে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত চমকাত নিৰ্বাচন কেন্দ্ৰিক এক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে।

প্ৰাপ্ত খবৰ মতে, সমষ্টিটোৰ আমলখি গাওঁ পঞ্চায়তৰ চমকাৰ আব্দুল চালাম নামৰ  এজন বৃদ্ধক শনিবাৰে একে গাঁৱৰে  ইন্তাজ আলীৰ পুত্ৰ আজিজুল হকে সমাগত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়। কিন্তু বৃদ্ধজনে চিন্তা-চৰ্চা কৰিহে ভোট দিম বুলি কোৱাৰ লগে লগে কংগ্ৰেছ সমৰ্থিত গুণ্ডা আজিজুল হকে খঙত অগ্নিশৰ্মা হৈ মটৰচাইকেলৰ চাবিৰে তেওঁক মূৰত আৰু মুখমণ্ডলত আঘাত কৰাৰ লগতে কংগ্ৰেছত ভোট নিদিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে।

Apply Now

এনে সময়তে উক্ত স্থানত স্থানীয় কেইবাজনো লোক সমবেত হোৱাত আক্ৰমণকাৰী চাবিৰ পলায়ন কৰে। লগে লগে লোককেইজনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বৃদ্ধজনক ততাতৈয়াকৈ বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায়।

উল্লেখ্য যে, সমাগত পঞ্চায়ত নিৰ্বাচনত  উক্ত পঞ্চায়তত কংগ্ৰেছ দলৰ  হৈ ৮ নং ৱাৰ্ডত সদস্যা পদৰ প্ৰাৰ্থীৰ বাবে মনোনয়ন দাখিল কৰিছে আজিজুলৰ পুত্ৰ বোৱাৰীয়ে। কিন্তু নিজৰ পুত্ৰ বোৱাৰীৰ ভোট গোটাবলৈ গৈ নিৰীহ বৃদ্ধ লোক এজনে কংগ্ৰেছ দলক ভোট দিব বুলি প্ৰতিশ্ৰুতি নিদিয়াৰ বাবে মাৰপিট কৰা ঘটনাক একে মুখে ধিক্কাৰ দিছে স্থানীয় সচেতনমহলে।

উক্ত ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান সমগ্ৰ অঞ্চলজুৰি চেপা উত্তেজনা বিৰাজ কৰিছে। ইফালে, উক্ত পঞ্চায়তটোত দুজনমান কংগ্ৰেছী দালালে একাংশ গুণ্ডা বাহিনীক লগত লৈ চলে-বলে কৌশলে  দুখীয়া-নিৰক্ষৰ লোকক  ভয়-ভাবুকি প্ৰদান কৰি পঞ্চায়তৰ আসন দখল কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে।

উক্ত ঘটনাৰ এক উচিত ন্যায় বিচাৰি দুৰ্ভগীয়া বৃদ্ধগৰাকীয়ে ইতিমধ্যে বটদ্ৰৱা আৰক্ষী থানাত কংগ্ৰেছী গুণ্ডা আজিজুল হকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 18, 2026 10:40 am
মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

October 18, 2026 9:55 am
দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

October 18, 2026 9:00 am
কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

October 18, 2026 7:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 18, 2026 10:40 am
মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

October 18, 2026 9:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd