• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৰ্ণাটকত মুছলমান ঠিকাদাৰৰ বাবে ৪% সংৰক্ষণৰ সিদ্ধান্ত কংগ্ৰেছ চৰকাৰৰ! সৰৱ বিজেপি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2025 9:51 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ শাসিত কৰ্ণাটকত চৰকাৰী প্ৰকল্পত মুছলমান ঠিকাদাৰক প্ৰদান কৰা ৪% সংৰক্ষণক সমালোচনা কৰি ওলাই আহিছে বিজেপি নেতৃত্ব। দলটোৱে কয় যে ৰাহুল গান্ধীৰ নিৰ্দেশত সংখ্যালঘু তুষ্টিকৰণৰ এয়া কংগ্ৰেছৰ নীতি। ধৰ্মৰ ওপৰত ভিত্তি কৰি চৰকাৰী চুক্তি দিব নোৱাৰি। বিজেপিৰ সাংসদ ৰবি শংকৰ প্ৰসাদে কয়, “তুষ্টিকৰণৰ ৰাজনীতি এনে এটা স্তৰত উপনীত হৈছে যে সম্ভৱ হ’লে এইবাৰ ৰেলৰ টিকটতো ৰিজাৰ্ভেচনৰ সুবিধাও বিচাৰিব।”

কালি সিদ্দাৰামায়া চৰকাৰে কেবিনেট বৈঠকত ৰাজহুৱা ক্ৰয়ৰ স্বচ্ছতা আইন (কেটিপিপি) সংশোধন কৰে। বিজেপিৰ দাবী, সংশোধনীৰ জৰিয়তে দুই কোটি টকা পৰ্যন্ত নিবিদাত মুছলমান ঠিকাদাৰৰ বাবে ৪ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। বিজেপিৰ মতে, এই সিদ্ধান্তই সমগ্ৰ দেশতে নেতিবাচক প্ৰভাৱ পেলোৱাৰ আশংকা আছে। ৰবি শংকৰৰ মতে, চৰকাৰী চাকৰি আৰু শিক্ষাৰ বাহিৰে আন কোনো ক্ষেত্ৰতে ধৰ্মৰ ভিত্তিত সংৰক্ষণ দিব নোৱাৰিব। তেওঁৰ মতে, এই সিদ্ধান্ত সম্পূৰ্ণ অসাংবিধানিক। সংৰক্ষণৰ পৰিসৰ বৃদ্ধিৰ বাবে কংগ্ৰেছে অনৈতিক প্ৰচেষ্টা হাতত লৈছে। ইয়াৰ পিছত ৰেলৰ টিকটতো ধৰ্মৰ ভিত্তিত সংৰক্ষণ বিচৰা হ’ব। মূলতঃ ৰাহুল গান্ধীৰ নিৰ্দেশত এই সিদ্ধান্ত লোৱা বুলি অভিযোগ উত্থাপন কৰে বিজেপিয়ে। এই বিষয়টোৰ পৰা ৰাজনৈতিক লাভালাভ হ’ব পাৰে নেকি পৰীক্ষা কৰিবলৈ ৰাহুলে কৰ্ণাটক বাছি লৈছে।

Apply Now

কৰ্ণাটক চৰকাৰৰ বিৰুদ্ধে মুছলমানক সন্তুষ্ট কৰাৰ অভিযোগ নতুন নহয়। সিদ্দাৰামায়াই পূৰ্বৰ মুখ্যমন্ত্ৰী কাৰ্যকালত অ’বিচি মুছলমানক ৪ শতাংশ সংৰক্ষণ প্ৰদানৰ সিদ্ধান্ত লৈছিল। কিন্তু বিজেপিয়ে ক্ষমতালৈ অহাৰ লগে লগে সেই সংৰক্ষণ বিলুপ্ত কৰিলে। বিজেপিৰ অভিযোগ যে এই ধৰণৰ তুষ্টিকৰণ ৰাজনীতিয়ে বিগত সময়ত বিভাজনক উৎসাহিত কৰিছিল। ৰবি শংকৰে কয় যে স্বাধীনতা সংগ্ৰামৰ সময়ত পৃথক বিশ্ববিদ্যালয় নিৰ্মাণ আৰু পৃথক ভোটাৰ তালিকা সৃষ্টিৰ দৰে সৰু সৰু বিষয়বোৰে শেষত দেশ বিভাজনৰ সূচনা কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd