• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হাতত বন্দুক লৈ বিয়াৰ পাৰ্টিত উদ্দাম নৃত্য কংগ্ৰেছ নেতাৰ : ভাইৰেল ভিডিঅ’ই জোকাৰিছে কৰ্ণাটক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 11, 2026 8:00 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকৰ এটা পৰিয়ালৰ বিয়াৰ অনুষ্ঠানক কেন্দ্ৰ কৰি বৰ্তমান তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে। ছচিয়েল মিডিয়াত বিয়পি পৰা এটা ভিডিঅ’ত দেখা গৈছে যে কালাবুৰ্গিৰ এটা ৰিজৰ্টত আয়োজিত এক অনুষ্ঠানত কংগ্ৰেছ নেতা মতিন পটেলে সংগীতৰ তালে তালে হাতত বন্দুক লৈ নাচিছে। কেৱল নাচোতেই নহয়, পৰৱৰ্তী সময়ত তেওঁ সেই বন্দুকটো লৈ বিভিন্ন ধৰণৰ ভংগীমাত ফটোৰ বাবে পোজ দিয়াও দেখা গৈছে। এই ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু ইয়াৰ সমান্তৰালভাৱে ৰাজনৈতিক মহলতো ব্যাপক চৰ্চা চলিছে।

মতিন পটল আফজলপুৰৰ এগৰাকী প্ৰভাৱশালী কংগ্ৰেছ নেতা তথা বিধায়ক এম ৱাই পটেলৰ ঘনিষ্ঠ ব্যক্তি হিচাপে পৰিচিত। এই ভিডিঅ’টো পোহৰলৈ অহাৰ পিছতে বিৰোধী দলসমূহে শাসকীয় দলৰ এগৰাকী নেতাৰ এনে আচৰণক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ৰাজহুৱা স্থানত এজন নেতাই এনেদৰে বন্দুক লৈ নাচ গান কৰাটো কিমানদূৰ গ্ৰহণযোগ্য তাক লৈ তীব্ৰ সমালোচনা চলিছে। ইফালে ঘটনাৰ সন্দৰ্ভত পটেলে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সকলো অভিযোগ অস্বীকাৰ কৰিছে। তেওঁৰ মতে এইটো আছিল এটা ব্যক্তিগত পাৰিবাৰিক অনুষ্ঠান আৰু ইয়াক লৈ অহেতুক বিতৰ্ক কৰা হৈছে।

Apply Now

নিজৰ চাফাই দি পটেলে কয় যে তেওঁৰ ডাঙৰ ভনীয়েকৰ জীয়ৰীৰ বিয়াৰ অনুষ্ঠানত কেৱল পৰিয়ালৰ সদস্যসকলহে উপস্থিত আছিল। তেওঁ জনোৱা মতে ৰিজৰ্টত ধৰুন্ধৰ চিনেমাৰ এটা দৃশ্যৰ অনুকৰণ কৰি এটা চুটি নাটক বা স্কিটৰ আয়োজন কৰা হৈছিল। ল’ৰা-ছোৱালীৰ অনুৰোধত তেওঁ ঘৰৰ পৰা এটা খেলনা বন্দুক আনি মঞ্চত উঠিছিল। পটলৰ দাবী যে সেইটো কোনো আচল অস্ত্ৰ নাছিল, বৰঞ্চ টিভি ধাৰাবাহিকত ব্যৱহাৰ কৰা নকল বন্দুকৰ দৰেহে আছিল। বিষয়টোত ৰাজনৈতিক ৰং সানি তেওঁক বদনাম কৰিবলৈ চেষ্টা কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে ইতিমধ্যে আৰক্ষীয়ে এই বিষয়ে খবৰ লৈছে আৰু প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিছে।

আনহাতে কালাবুৰ্গিৰ আৰক্ষী অধীক্ষক শৰণাপ্পা এছডিয়ে জনাইছে যে ভাইৰেল ভিডিঅ’টো প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে। স্থানীয় থানাক নিৰ্দেশ দিয়া হৈছে যে ভিডিঅ’টোত দেখা বস্তুবিধ আচলতে কি আছিল তাৰ তদন্ত কৰিবলৈ। সেইটো অনুজ্ঞাপত্ৰ থকা আগ্নেয়াস্ত্ৰ নে কোনো নকল বন্দুক বা খেলনাহে আছিল, সেইটো পৰীক্ষা কৰি থকা হৈছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ পটভূমিও পৰীক্ষা কৰি আছে আৰু তদন্তৰ অন্তত উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিছে। বৰ্তমানলৈকে আৰক্ষীয়ে কোনো নিৰ্দিষ্ট ধাৰাত গোচৰ ৰুজু কৰিছে নে নাই সেইটো স্পষ্ট কৰা নাই যদিও এই ঘটনাই কৰ্ণাটকৰ ৰাজনীতিত এক নতুন ধুমুহাৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

August 12, 2026 8:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd