• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ আলফা স্বাধীনত যোগদান কৰিলে কংগ্ৰেছ নেতাই; ফেচবুকত প’ষ্ট কৰিলে পত্নীলৈ লিখা দীঘলীয়া পত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 17, 2022 12:58 pm
বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ সৈতে সদ্য আলফাত যোগদান কৰা  কংগ্ৰেছ নেতা জনাৰ্দন গগৈ। ফাইল ফটো।

বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ সৈতে সদ্য আলফাত যোগদান কৰা কংগ্ৰেছ নেতা জনাৰ্দন গগৈ। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ আলফা স্বাধীনত যোগদান কৰিলে এগৰাকী কংগ্ৰেছ নেতাই। আলফা স্বাধীনত যোগদান কৰা নেতাজনৰ নাম জনাৰ্দন গগৈ।

চেংকয় হিচাপেও পৰিচিত জনাৰ্দন গগৈ যুৱ কংগ্ৰেছৰ তিনিচুকীয়া জিলা সমিতিৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

বিগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত তেওঁ কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল।

Apply Now

জনাৰ্জন গগৈৰ ঘৰ শদিয়াৰ উদয় নগৰত বুলি জানিব পৰা গৈছে।

পত্নীলৈ উদ্দেশ্যি সামাজিক মাধ্যমত এটা দীঘলীয়া পোষ্ট কৰি তেওঁ আলফা স্বাধীনত যোগদান কৰাৰ কথা উল্লেখ কৰে। পত্নী গৰ্ভৱতী আছিল বুলিও জানিব পৰা গৈছে।

ফেচবুকত প’ষ্ট কৰা পত্নীলৈ লিখা দীঘলীয়া পত্ৰখনত জনাৰ্দন গগৈয়ে লিখিছে, ’’মই গুচি আহিলো। এচাম মানুহে অসমীয়া জাতিটোৰ অস্তিত্ব নিঃশেষ কৰিবলৈ ষড়যন্ত্ৰ কৰি আছে। জাতিটোৰ নামত দালালি কৰা সকলো ৰাজনৈতিক অথবা তথাকথিত জাতীয় দল-সংগঠনৰ চৰিত্ৰবোৰ দেখিলোঁ৷ আজি আমাৰ মানুহবোৰ নিজ মাতৃভূমিতেই অসহায় হৈ পৰিছে। এনেকৈ চকুৰ আগতে জাতিটো তিল তিলকৈ ধ্বংস হৈ যোৱাটো মই চাই থাকিব নোৱাৰো। বছৰ বছৰ ধৰি নিজ মাটিতেই প্ৰতাৰণা আৰু শোষণৰ বলি হোৱা সহজ সৰল আপোন মানুহখিনিৰ দুখ যান্ত্ৰনাখিনি দেখি বুজিও হাত সাৱটি বহি থাকিব নোৱাৰিলোঁ।‘’

তেওঁ লগতে লিখিছে, ‘’আনহাতে গণতন্ত্ৰৰ নামধাৰী এই চৰকাৰ খনে সাধাৰণ ৰাইজৰ গণতান্ত্ৰিক প্ৰতিবাদক কেতিয়াও গুৰুত্ব নিদিয়ে। জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে, জাতিৰ হেৰুওৱা স্বাধিকাৰ আৰু স্বাভিমান ঘূৰাই আনিবলৈ সশস্ত্ৰ সংগ্ৰামৰ বিকল্প নাই। এই সংগ্ৰামত বহুতে বহু ত্যাগ দিলে, আমিও দিব লাগিব। জাতিৰ স্বাধিকাৰ ঘূৰাই নোপোৱা পৰ্যন্ত; দেহত অসমীয়াৰ তেজ থকা শেষজন ব্যক্তি জীয়াই থকালৈকে এই সংগ্ৰাম চলি থাকিব। জয় পৰাজয় সময়ত নিৰূপণ হব, কিন্তু বুৰঞ্জীৰ পৃষ্ঠাত বীৰ জাতিৰ তালিকাত লিখা থকা আমাৰ নামটো আমি মচিব দিব নোৱাৰো।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm
বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

September 29, 2026 5:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd