DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ট্ৰাম্পৰ ভাবুকিক কঠোৰ সমালোচনা কংগ্ৰেছ নেতা শশী থাৰুৰ আৰু ৰাহুল গান্ধীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2020 3:15 pm
Rahul And Sashi
6.7k
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাত ক’ৰ’না ভাইৰছৰ ভয়াবহ সংক্ৰমণৰ বাবে যেন হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

ভাৰতৰ পৰা হাইড্ৰ’ক্সিক্লৰ’কুইন বিচাৰি ভাৰতে যদি ৰপ্তানি কৰিবলৈ অমান্তি হয় তেন্তে ভাৰতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ছ’চিয়েল মিডিয়াত ট্ৰম্পে ভাবুকি দিয়াৰ পাছতে ৰাষ্ট্ৰপতি ট্ৰাম্পক কঠোৰ প্ৰত্যুত্তৰ দিছে কংগ্ৰেছৰ জেষ্ঠ নেতা তথা সাংসদ শশী থাৰুৰে।

শশী থাৰুৰে তেওঁ কেতিয়াও কোনো দেশৰ প্ৰধানক এনেদৰে মুকলিকৈ ভাবুকি দিয়া দেখা নাই বুলি উল্লেখ কৰি হাইড্ৰ’ক্সিক্লৰ’কুইন ৰপ্তানি নকৰালৈ ভাৰতৰ সামগ্ৰী, ভাৰতে ৰপ্তানি কৰিব নে নকৰে সেয়া সিদ্ধান্ত লোৱাৰ পাছতহে আমেৰিকাৰ হ’ব বুলি সমালোচনা কৰে।

আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীও ৰাষ্ট্ৰপতি ট্ৰাম্পক সমালোচনা কৰি কয়, ‘‘বন্ধুত্ব ভাবুকিৰ দ্বাৰা নচলে। ভাৰতে প্ৰয়োজন অনুসৰি সকলো দেশক সহায়ৰ হাত আগবঢ়াব কিন্তু প্ৰথমতে জীৱন দায়িনী ঔষধসমূহ ভাৰতীয়ৰ বাবে প্ৰয়োজনীয় মাত্ৰাত উপলব্ধ থাকিব লাগিব।’’

উল্লেখযোগ্য যে, ভাৰত চৰকাৰৰ তৰফৰ পৰাও ড’নাল্ড ট্ৰাম্পৰ ভাবুকিৰ প্ৰত্যুত্তৰ দি আমাৰ বাবে দেশ প্ৰথম বুলি কয়।

হাইড্ৰ’ক্সিক্লৰ’কুইন ঔষধক লৈ হোৱা বিবাদৰ মাজতে ভাৰতৰ বিদেশ মন্ত্ৰ্যালয়ে প্ৰত্যুত্তৰ দি কৈছে যে ভাৰতত ইয়াৰ প্ৰয়োজন আৰু ষ্টক পৰীক্ষা কৰি চোৱা হ’ব আৰু তাৰ পাছত সৰ্বাধিক আক্ৰান্ত দেশক সহায় কৰা হ’ব।

Recent News

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

অসমীয়াৰ মননশীলতা

অসমীয়াৰ মননশীলতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd