• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাহ বাগিচাৰ বিদ্যালয়ত কিতাপৰ যোগান নাই; চৰ্দাৰলৈ জিঅ’ ম’বাইল ৰাজনৈতিক চমকহে : ৰূপজ্যোতি কুৰ্মী

এন ই নাও নিউজ by এন ই নাও নিউজ
October 26, 2018 7:49 pm
Rupjyoti-Kurmi-750x375

সংবাদ মাধ্যমক সম্বোধন কৰি মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী।

1.3k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰে পঞ্চায়ত নিৰ্বাচনৰ আগে আগে হঠাতে চাহ শ্ৰমিকসকলৰ বাবে কিছুমান আঁচনি ঘোষণা কৰাটোক এটা ৰাজনৈতিক চমক আখ্যা দিছে কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

কুৰ্মীয়ে আজি সংবাদ মাধ্যমৰ আগত কয় যে চাহ বাগিচাৰ অঞ্চলৰ বিদ্যালয়বোৰত ছাত্ৰ-ছাত্ৰীয়ে কিতাপ পোৱা নাই, অথচ চৰ্দাৰলৈ বিনামূলীয়া ম’বাইল উপহাৰ দিয়ে চৰকাৰে।

“আজিকালি ঠেলাৱালা আৰু ফুচকাৱালাৰ হাততো ফ’ন আছে, চৰ্দাৰক ম’বাইল দিবলৈ ওলোৱাটো এটা নিৰ্বাচনী টোপ। ম’বাইল নহয়, সময়ত কিতাপ দিয়ক যাতে চাহ বাগিচা অঞ্চলৰ জনসাধাৰণৰ উন্নতি হয়।” এইদৰে কয় বিধায়ক কুৰ্মীয়ে।

আনহাতে তেওঁ বিজেপি দল আৰু চৰকাৰক আক্ৰমণ কৰি কয়, “বিজেপিয়ে চাহ জনগোষ্ঠীৰ তিনিজনকৈ বিধায়ক থকাৰ পিছতো এজনকো কেবিনেট মন্ত্ৰীৰ পদ নিদিলে।”

“দুলীয়াজানৰ বিধায়ক হোৱা সত্ত্বেও তেৰছ গোৱালাক কিয় দিয়া নহ’ল অসম গেছ কোম্পানীৰ অধ্যক্ষৰ পদ? তাৰ পৰিৱৰ্তে বলীন চেতিয়াক দিয়া হ’ল কিয়? ইয়াৰ পৰাই প্ৰমাণ হয় চাহ জনগোষ্ঠীৰ বিধায়কক গুৰুত্ব নিদিয়ে সোণোৱাল চৰকাৰে”, এই প্ৰশ্ন বিধায়ক কুৰ্মীৰ।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd