• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

GMCHত অখিল গগৈৰ স্বাস্থ্যৰ বুজ লৈ কি আলোচনা কৰিলে গৌৰৱ গগৈয়ে?

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 6, 2020 2:00 pm

1 min read

WhatsApp Image 2020-10-06 at 1.41.03 PM

জিএমচিএইচ চৌহদত অখিল গগৈক সাক্ষাৎ কৰি মঙলবাৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। ফটো: নৰ্থইষ্ট নাও

356
VIEWS
Share on FacebookShare on Twitter

GMCH ত উপস্থিত যুৱ সাংসদ গৌৰৱ গগৈ। অখিল গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈ মঙ্গলবাৰে GMCH ত হাজিৰ হয় গৌৰৱ।

পিতৃ তৰুণ গগৈৰ পৰামৰ্শ অনুসৰি গৌৰৱ গগৈয়ে অখিলক সাক্ষাৎ কৰা বুলি কয়।

গগৈয়ে কয়, “মোৰ পিতৃৰ পৰামৰ্শ মতেই অখিলক সাক্ষাৎ কৰিলো। ৰাজনৈতিক মতানৈক্য থাকিলেও তেওঁৰ লগত ব্যক্তিগত সম্পৰ্ক ভাল।” অখিলক সাক্ষাৎ কৰি আহি এইদৰে কয় গৌৰবে।

ইপিনে, “অখিল গগৈৰ স্বাস্থ্য ভাল দেখিছোঁ” বুলি উল্লেখ কৰি তেওঁ কয়, “তেওঁৰ মুখত হাঁহি আছে। তেওঁ পৰিয়ালৰ খৱৰ ল’বলৈ চেষ্টা কৰিছোঁ। আমি চিন্তা কৰি আছো। ৰাজনৈতিক চিন্তা বেলেগ হব পাৰে কিন্তু ব্যক্তিগত কথা বেলেগ।”

ৰাজনৈতিক ষড়যন্ত্ৰ কৰি একো যুক্তি নোহোৱাকৈ তেওঁক জেলত সুমুৱাই থৈছে বুলি গুৰুতৰ অভিযোগ তোলে গগৈয়ে।

ইপিনে, ৰাজনৈতিক কোনোধৰণৰ বিষয় আলোচনা হোৱা নাই বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰে।

“অখিল গগৈক আমি কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ চেষ্টা কৰি আছো। পৰিয়ালৰ লগতো কথা বতৰা পাতি আছো,”-গৌৰৱে কয়।

Recent News

Sibsagar

আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ আন এক উদ্ভাৱন ‘মনোৰথ’

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

Cement-Syndicate-1024x512

নিৰ্বাচনমুখী অসমত অসাধু চিমেন্ট ‘ছিণ্ডিকেট’য়ে বঢ়ালে চিমেন্টৰ মূল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd