• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 26, 2021 6:28 pm

1 min read

shashi-tharoor

শশী থাৰুৰ

268
VIEWS
Share on FacebookShare on Twitter

প্ৰতিবাদী কৃষকৰ দ্বাৰা দিল্লীৰ লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুৱা সম্পৰ্কে মত ব্যক্ত কৰে কংগ্ৰেছৰ জেষ্ঠ সাংসদ শশী থাৰুৰে।

ঐতিহাসিক গণৰাজ্য দিৱসৰ দিনটোত লালকিল্লাত প্ৰতিবাদী কৃষক সকলে কৃষক সকলৰ পতাকা উৰুৱাক চৰম দুৰ্ভাগ্যজনক আখ্যা দিয়ে শশী থাৰুৰে।

‘‘মই প্ৰথম দিনটোৰ পৰা কৃষক সকলৰ প্ৰতিবাদক সমৰ্থন কৰি আহিছো কিন্তু মই অৰজকতাক কেতিয়াও সমৰ্থন কৰিব নোৱাৰো,’’ শশী থাৰুৰে এইদৰে কয়।

‘‘গণৰাজ্য দিৱসৰ দিনটোত অন্য কোনো পতাকা নহয় ৰাষ্ট্ৰীয় পতাকাহে লালকিল্লাত উৰুওৱা হয়,’’ শশী থাৰুৰে পুনৰ এইদৰে টুইট কৰে।

উল্লেখযোগ্য যে, আজি প্ৰতিবাদী কৃষকে ট্ৰেক্টৰ ৰেলী বাহিৰ কৰাৰ সময়ত দিল্লী আৰক্ষীয়ে বান্ধি দিয়া নীতি-নিয়ম ভংগ কৰি হিংসাত্মক হৈ পৰে।

ট্ৰেক্টৰ দুৰ্ঘটনাৰ ফলত এগৰাকী প্ৰতিবাদী কৃষকৰো মৃত্যু হয়।

লালকিল্লাত প্ৰতিবাদী কৃষকৰ একাংশই কৃষক পতাকা উৰুওৱাৰ পাছতে কৃষক নেতা সকলে এয়া তেওঁলোকৰ প্ৰতিবাদৰ অংশ নহয় বুলি উল্লেখ কৰি দায় সাৰিব চেষ্টা কৰা পৰিলক্ষিত হৈছে।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd