• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ দাবী— দেশত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হোৱাৰ বাবে দায়ী কংগ্ৰেছ আৰু অন্যান্য দল

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 17, 2022 4:23 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত সাম্প্ৰদায়িক সদ্ভাৱ বিনষ্ট হোৱাৰ বাবে বিজেপিয়ে দায়ী কৰিছে কংগ্ৰেছ আৰু অন্যান্য দলক। কালি শেহতীয়াকৈ সংঘটিত সাম্প্ৰদায়িক হিংসাত্মক ঘটনা সন্দৰ্ভত ১৩ টা বিৰোধী নেতাৰ বিবৃতিৰ পিছতে বিজেপিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) নেতা গৌৰৱ ভাটিয়াই বিৰোধী দল সমূহৰ বিবৃতি সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে কংগ্ৰেছ আৰু অন্যান্য দলে সম্প্ৰদায়সমূহৰ মাজত সম্প্ৰীতি ব্যাহত কৰিছে।

Apply Now

বিজেপিৰ মুখপাত্ৰগৰাকীয়ে পশ্চিম বংগত সংঘটিত অগ্নিসংযোগ আৰু সাম্প্ৰদায়িক হিংসাৰ ঘটনাৰ উদাহৰণ দি বিৰোধী নেতাসকলক সমালোচনা কৰে।

তেওঁ কয়— “পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী বিবৃতিটোৰ এগৰাকী স্বাক্ষৰকাৰী। কিন্তু পশ্চিমবংগত বৃহৎ পৰিমাণে হিংসা সংঘটিত হৈছে। এনে ধৰণৰ প্ৰৱণতাই দেখুৱায় যে কংগ্ৰেছকে ধৰি বিৰোধী দলবোৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ বাবে দায়ী। ” কংগ্ৰেছ আৰু বিৰোধী দলসমূহেই সাম্প্ৰদায়িক শক্তিসমূহক মানুহৰ ঘৰ জ্বলাবলৈ উচটনি দিয়া বুলিও ভাটিয়াই কয়।

উল্লেখ্য কংগ্ৰেছকে ধৰি ১৩ টা বিৰোধী দলে এক যুটীয়া বিবৃতি জাৰি কৰাৰ পিছত আৰু দেশৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ পিছতে বিজেপিয়ে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বিৰোধী দলসমূহৰ কাৰ্যকলাপ তেওঁলোকে বিবৃতিটোত কোৱা কথাৰ বিপৰীত বুলিও দাবী কৰে ভাটিয়াই। ১৩ টা বিৰোধী দলৰ নেতাই সাম্প্ৰদায়িক হিংসাৰ সৈতে জৰিত অপৰাধীসকলক বিৰুদ্ধে কঠোৰ শাস্তি বিহাৰ দাবী জনাইছিল। বিবৃতিটোত ছোনিয়া গান্ধী (কংগ্ৰেছ), শাৰদ পাৱাৰ (এনচিপি), মমতা বেনাৰ্জী (টিএমচি), এম কে ষ্টেলিন (ডিএমকে), চিপিআই (এম)ৰ সীতাৰাম য়েচুৰী, ফাৰুক আব্দুল্লা (এনচি), তেজস্বী যাদৱ (আৰজেডি), ডি ৰাজা (চিপিআই), দেৱব্ৰত বিশ্বাস (ফৰৱাৰ্ড ব্লক), মনোজ ভট্টাচাৰ্য (আৰএছপি), পিকে কুনহালিকুট্টি (আইইউএমএল), আৰু চিপিআই (এমএল)ৰ দীপংকৰ ভট্টাচাৰ্যই স্বাক্ষৰ কৰিছিল।

বিৰোধী দলৰ নেতাসকলে অভিযোগ কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাম্প্ৰদায়িক হিংসাৰ ঘটনাসমূহ সন্দৰ্ভত নীৰৱ হৈ আছে ।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd