DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাৰ বৰগোলাইত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ডভণ্ড

মাৰ্ঘেৰিটাত আজি মুখ্য মন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
November 28, 2018 1:06 pm
CongressOffice
275
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণলৈ মাত্ৰ এক সপ্তাহ বাকী থকা অৱস্থাত আজি ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগোলাইত সংঘটিত হৈছে নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা।

গাওঁ পঞ্চায়তৰ  নিৰ্বাচনী কাম- কাজ পৰিচালনাৰ বাবে কংগ্ৰেছ দলে বৰগোলাই বজাৰৰ মাজমজিয়াত এই অস্থায়ী কাৰ্য্যালয়টো স্থাপন কৰিছিল।

ৰাতিৰ আন্ধাৰ আৰু কোনো নথকা অৱস্থাৰ সুযোগ লৈ অচিনাক্ত  দুষ্কৃতিকাৰীয়ে এই নিৰ্বাচনী কাৰ্য্যালয়টো লণ্ডভণ্ড কৰি থৈ যায়। কংগ্ৰেছকৰ্মীসকলে পুৱা কাৰ্য্যালয়টো সম্পূৰ্ণৰূপে বিধ্বস্ত অৱস্থাত দেখা পায়। বেনাৰ-পোষ্টাৰবোৰো ফলা আৰু মাটিত পেলাই থোৱা অৱস্থাত আছিল বুলি জানিবলৈ দিয়ে। ঘটনাটোতে অঞ্চলটোত মৃদু চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আনহাতে কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে এই কাৰ্য্যৰ আঁৰত বিৰোধী ৰাজনৈতিক দলৰ হাত থকাৰ সন্দেহ ব্যক্ত কৰিছে। ইতিমধ্যে কংগ্ৰেছ কৰ্মকৰ্তাই এই সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিলৰ প্ৰস্তুতি চলাইছে। নৰ্থ-ইষ্ট নাওক জনোৱা মতে, তেওঁলোকে নিৰ্বাচনী বিষয়াৰ ওচৰতো এই সন্দৰ্ভত অভিযোগ দাখিল কৰিব।

আজি মাৰ্ঘেৰিটাত মুখ্য মন্ত্ৰীৰ প্ৰচাৰ

আজি পঞ্চায়ত নিৰ্বাচনীৰ প্ৰচাৰৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাৰ্ঘেৰিটাত উপস্থিত হৈছেহি। বৰগোলাই ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য মন্ত্ৰী সোণোৱালে ভাষণ দিয়াৰ কখা।

Recent News

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

আয়বহিৰ্ভূত সম্পত্তি: হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাক চাৰি বছৰৰ কাৰাদণ্ড

আয়বহিৰ্ভূত সম্পত্তি: হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাক চাৰি বছৰৰ কাৰাদণ্ড

চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কিট ক’লৈ গ’ল? কাক কিমান টকা আদায় দিলে?

চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কিট ক’লৈ গ’ল? কাক কিমান টকা আদায় দিলে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd