• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘স্বাধীনতাৰ ৭০ টা বছৰে দৰিদ্ৰতা দূৰ কৰিব নোৱাৰা কংগ্ৰেছ দলে প্ৰতাৰণা দিৱস পাতিছে’; বিজেপি আইটি চেল

কংগ্ৰেছৰ প্ৰতাৰণা দিৱসৰ পাছতে ছ’চিয়েল মেডিয়াত ক্ষুৰধাৰ সমালোচনা বিজেপিৰ আই.টি.চেলৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 3, 2020 6:33 pm
BJP IT Cell
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বিজেপি চৰকাৰক প্ৰতাৰক আখ্যা দি তেওঁলোকৰ বিৰুদ্ধে কংগ্ৰেছে সমগ্ৰ ৰাজ্যজুৰি প্ৰতাৰণা দিৱস পালন কৰিছিল অসম প্ৰদেশ কংগ্ৰেছে।

বিজেপি চৰকাৰৰ বানপানী নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি ব্যৰ্থ হোৱাৰ অভিযোগত প্ৰতাৰণা বিৰোধী পালন কৰিছিল প্ৰদেশ কংগ্ৰেছে।

Apply Now

তাৰ পাছতে ছ’চিয়েল মেডিয়াত কংগ্ৰেছৰ এই প্ৰতাৰণা দিৱসৰ বিৰোধিতা কৰি হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি কৰ্মী-সমৰ্থক তথা আইটি চেলে। আনকি কংগ্ৰেছ কিয় প্ৰতাৰক সেই বিষয়েও উল্লেখ কৰিছে আইটি চেলৰ কৰ্মীসকলে।

বিজেপি যুৱ মৰ্চাৰ আইটি চেলৰ আহ্বায়ক পৰাণ জ্যোতি পাচনিয়ে এইক্ষেত্ৰত কংগ্ৰেছ কিয় প্ৰতাৰক তাৰ দুটা কাৰণ বাখ্যা কৰি লিখি কয় ‘২লাখ ৮৪ হাজাৰ চৰকাৰী ঘৰৰ ভুৱা হিতাধিকাৰীৰ নাম, ৯লাখ শিশুখাদ্য তালিকাত ভুৱা শিশুৰ নাম, ৩ লাখ ৬০ হাজাৰ ভুৱা ৰেচন কাৰ্ড, ৪ লাখ ৫০ হাজাৰ ভুৱা job কাৰ্ডৰে চলিছিল কংগ্ৰেছৰ চৰকাৰ। এতিয়া ৰাইজেই কওক প্ৰতাৰক কোন?’

আন এগৰাকী বিজেপি সমৰ্থক ৰোস্তম টেৰনে ফেইচবুকত লিখি কয় ‘৮৫৫ গৰাকী অসমীয়াক গুলীয়াই হত্যা কৰা জাতিদ্ৰোহী, প্ৰতাৰক কংগ্ৰেছ দলে পাতিছে “প্ৰতাৰণা দিবস”!!!’

 

ইপিনে, সৌৰভজ্যোতি বৰা নামৰ আন এগৰাকী বিজেপি সমৰ্থকে ফেইচবুকত লিখি কয় ‘অসমত এটাও বাংলাদেশী নাই বুলি কোৱা তৰুণ গগৈৰ চৰকাৰৰ কংগ্ৰেছ দলে প্ৰতাৰণা দিৱস পাতিছে।‘

নপুৰ বাণিক জয়শ্ৰী যোগী নাথ বিদ্যুৎ দত্ত আৰু পাৰ্থজিৎ হাজৰিকা নামৰ অন্য দুগৰাকী বিজেপি সমৰ্থকে লিখি কয় ‘প্ৰতাৰক কোন?  দেশত “জৰুৰী কালীন অবস্থা” ঘোষণা কৰি গণতন্ত্ৰক হত্যা কৰা স্বৈৰাচাৰী কংগ্ৰেছ দলে পাতিছে “প্ৰতাৰণা দিৱস”!!’

আনহাতে, প্ৰিয়ংকা তালুকদাৰ নামৰ আন এগৰাকী ছ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে লিখি কয় ‘১৯৬২ চনত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক চীনক গতাই দিব বিচৰা কংগ্ৰেছৰ প্ৰতাৰণা দিৱস, প্ৰতাৰক কংগ্ৰেছ।‘

ইয়াৰোপৰি, আন এগৰাকী ফেইচবুক ব্যৱহাৰকাৰীয়ে ফেইচবুকত লিখি কয় ‘তৰুণ গগৈৰ চৰকাৰৰ দিনত বানপানীৰ সময়ত বানপীড়িতক সহায় কৰাৰ পৰিবৰ্তে “আমেৰিকাটো বানপানী হয়” বুলি টুলুঙা মন্তব্য দিয়া কংগ্ৰেছে প্ৰতাৰণা দিৱস পাতিছে।‘

কংগ্ৰেছৰ প্ৰতাৰণা দিৱসৰ পাছতেই এইদৰেই এতিয়া প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ লগতে কংগ্ৰেছৰ দিনৰ কাম-কাজৰ সমালোচনা কৰি ছ’চিয়েল মেডিয়া তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd