• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিৰোধীক দোষাৰোপ কৰিবলৈ মোদীৰ ভাষণত কংগ্ৰেছৰ নাম ৫৯ বাৰ, মহিলাৰ প্ৰসংগ নামমাত্ৰ: সৰৱ খাৰ্গে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 21, 2026 11:08 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে সংসদত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত নোহোৱাৰ পিছৰে পৰা সমগ্ৰ দেশতে ৰাজনৈতিক উত্তাপ বৃদ্ধি পাইছে। শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰে। তেওঁ দেশৰ সকলো মহিলাৰ ওচৰত ক্ষমা বিচাৰিলে। কংগ্ৰেছ, ডি এম কে, তৃণমূল কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহক আক্ৰমণ কৰে।

ইয়াৰ পিছতে বিতৰ্কৰ মাত্ৰা আৰু বাঢ়িল। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে একেলগে প্ৰধানমন্ত্ৰীৰ ভাষণৰ বিৰুদ্ধে সৰৱ হৈছে।

Apply Now

দেশৰ উদ্দেশ্যি দিয়া ভাষণক ৰাজনৈতিক মঞ্চলৈ ৰূপান্তৰিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে।

মল্লিকাৰ্জুন খাৰ্গেই পোনপটীয়াকৈ অভিযোগ কৰে যে প্ৰধানমন্ত্ৰীৰ ভাষণত মহিলাৰ কথা খুব কমেইহে উল্লেখ কৰা হয়, বৰঞ্চ কংগ্ৰেছৰ সমালোচনাহে বেছি আছিল। তেওঁ দাবী কৰে, ‘ তেওঁৰ ভাষণত কংগ্ৰেছৰ নাম ৫৯ বাৰ উল্লেখ কৰা হৈছিল যদিও মহিলাসকলৰ প্ৰসংগ অতি কমেইহে উল্লেখ কৰা হৈছিল। চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয়ে ইয়াৰ পৰা কি বুজা যায়?’

তেওঁ লগতে কয় যে ভাষণটো ‘হতাশা আৰু ৰাজনৈতিক আক্ৰমণেৰে ভৰা’, য’ত বিধেয়কখন বিফল হোৱাৰ কাৰণ বুজাই নিদি বিৰোধীক দোষাৰোপ কৰা হৈছে।

ইপিনে, জয়ৰাম ৰমেশেও প্ৰধানমন্ত্ৰীৰ ভাষণক কঠোৰ ভাষাৰে আক্ৰমণ কৰে। তেওঁৰ ভাষাত, “জাতিক উদ্দেশ্যি দিয়া এটা ভাষণৰ এটা মৰ্যাদা থাকে, যিটো নিৰপেক্ষ হ’ব লাগে। কিন্তু এইটো আছিল এটা সম্পূৰ্ণ ৰাজনৈতিক, ‘হতাশাৰ সম্বোধন’।” তেওঁ প্ৰশ্ন উত্থাপন কৰে যে মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাত কিয় পলম কৰিছে? তেওঁ এতিয়াই কাৰ্যকৰী কৰাৰ বাবে নতুন প্ৰস্তাৱ আনিবলৈও প্ৰত্যাহ্বান জনায়।

আন এগৰাকী কংগ্ৰেছ নেতা মনীষ তেৱাৰীয়ে কয় যে এনে ভাষণৰ পৰা নিৰপেক্ষতাৰ আশা কৰা হয়, কিন্তু তাত বিৰোধীক আক্ৰমণ কৰা হৈছে। তেওঁৰ মতে এয়া দুখজনক আৰু অভাৱনীয়।

সংবিধান বিধেয়কৰ ১৩১ সংখ্যক সংশোধনী হিচাপে অনা এই প্ৰস্তাৱত সংসদত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ বিচাৰিছিল। কিন্তু প্ৰয়োজনীয় দুই তৃতীয়াংশ সমৰ্থন নোপোৱাৰ বাবে বিধেয়কখন গৃহীত নহ’ল।

কেন্দ্ৰীয় চৰকাৰৰ মতে, ই আছিল মহিলা সবলীকৰণৰ দিশত এক বৃহৎ পদক্ষেপ। আনহাতে, কংগ্ৰেছে দাবী কৰিছে যে বিধেয়কখন ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰি আসনৰ সীমা নিৰ্ধাৰণৰ লগত জড়িত কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।

মুঠতে নাৰী সংৰক্ষণৰ বিষয়টো এতিয়া কেৱল নীতি বা আইন নহয় – ই এক বৃহৎ ৰাজনৈতিক যুঁজত পৰিণত হৈছে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে অনাগত দিনত বিজেপি বনাম কংগ্ৰেছৰ মাজত এই সংঘাতৰ বিতৰ্ক দৃদ্ধি পাব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd