• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছ দলে ১০০ খন আসন লাভ কৰিব, কিন্তু অসমত নহয়, বাংলাদেশতহে পাব : হিমন্ত বিশ্ব

বিটিআৰৰ বাক্সা জিলাৰ তামুলপুৰত কেইবাটাও আঁচনিৰ কামৰ শুভাৰম্ভ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
January 29, 2021 8:34 pm
blast
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ দলে ১০০ খন আসন লাভ কৰিব, কিন্তু অসমত নহয়, বাংলাদেশতহে পাব ১০০ খন আসন।এই মন্তব্য কৰিলে অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে।

আজি বিটিচি বাক্সা জিলালৈ  যোৱা হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ৰিপুন বৰাক কটাক্ষ কৰি কয় যে কংগ্ৰেছে অসমত নহয়, বাংলাদেশতহে পাব ১০০ খন আসন।

Apply Now

হিমন্ত বিশ্ব শৰ্মাই বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি আজি বিটিআৰৰ বাক্সা জিলাৰ তামুলপুৰত কেইবাটাও আঁচনিৰ কামৰ শুভাৰম্ভ কৰে।

আজি মন্ত্ৰীগৰাকীয়ে দিনৰ ভাগত তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত বিটিচি প্ৰধান প্ৰমোদ বড়ো, প্ৰাক্তন সাংসদ বিশ্বজিত দৈমাৰী, মন্ত্ৰী ভৱেশ কলিতা, বিধায়ক ইমানুৱেল মোছাহাৰীৰ লগতে কেইবাগৰাকী বিটিচিৰ কাৰ্যবাহী সদস্য, পাৰিষদ উপস্থিত থাকে আৰু চৰকাৰী আদৰ্শ মহাবিদ্যালয় নিৰ্মাণৰ কামৰ শিলান্যাস কৰে।

তাৰ পিছতে বৰমা-ধমধমা-তামুলপুৰ পথত পাগলদীয়া নদীৰ ওপৰত নিৰ্মাণ হব লগা দলংখনৰো শিলান্যাস কৰে মন্ত্ৰী গৰাকীয়ে।

দলংখনৰ শিলান্যাস কৰি মন্ত্ৰী গৰাকীয়ে জাৰতালুকত এখন সভাত ভাষণ ৰাখে।

তাৰ পৰা পোনে পোনে মন্ত্ৰী গৰাকীয়ে তামুলপুৰ মটঙা চকত উপস্থিত হয়।

মটঙাচকত উপস্থিত হৈ তামুলপুৰ-নাগ্ৰীজুলি-ওদালগুৰি পথটো ৰাইজৰ বাবে মুকলি কৰি দিয়ে।

তামুলপুৰত নিৰ্মাণ হব লগা মেডিকেল কলেজৰ বাবে কচুৱাৰীত উপস্থিত হৈ তেওঁ ভুমি পৰিদৰ্শন কৰে আৰু এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে।

ইপিনে আচনি সমূহৰ শুভাৰম্ভ কৰি মন্ত্ৰী ডঃ শৰ্মাই কয় যে নিৰ্বাচনৰ সময়ত বহু নেতা আৰু দলে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে।

নিৰ্বাচনৰ পিছত এই প্ৰতিশ্ৰুতি সমূহ পালন কৰা মানুহ খুব কম বুলি কলেও ভুল নহয়। আমাৰ মন নিকা আছিল , আমাৰ মন স্পষ্ট আছিল। সেয়েহে বিটিচি নিৰ্বাচনৰ সময়ত আমি ৰাইজক দিয়া প্ৰতিশ্ৰুতি সমূহ আখৰে আখৰে পালন কৰিবলৈ আগবাঢ়িছো।

অহা বিধান সভা নিৰ্বাচনৰ পূৰ্বে বিটিচি অঞ্চলত যিমান পাৰো কাম কাজ কৰিছো বুলি  তেওঁ মন্তব্য কৰে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd