• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ বিদ্ৰোহ : প্ৰাৰ্থিত্ব প্ৰদানত ধনৰ লেনদেনৰ অভিযোগ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
November 29, 2018 3:36 pm
বৰপেটাত কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছী

বৰপেটাৰ ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীৰ অনশন। ফটো : নৰ্থইষ্ট নাও

319
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে বাৰুকৈয়ে জোকাৰি গৈছে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদানত বৰপেটা জিলা কংগ্ৰেছ দলৰ একাংশ নেতাই ধনৰ লেনদেন কৰা বুলি অভিযোগ তুলি জিলাখনৰ একাংশ কংগ্ৰেছ  কৰ্মীয়ে যোৱা ২৬ নৱেম্বৰত জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত তলা ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷

আজি পুনৰ একাংশ কংগ্ৰেছীয়ে বৰপেটা ৰাজীৱ ভৱনত ৰাতিপুৱাৰ পৰাই অনশন কাৰ্যসূচী ৰূপায়ণ কৰি কংগ্ৰেছৰ কেইগৰাকীমান নেতাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কৰে ৷

কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী, জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মা আৰু আমছুৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ দলৰ বৰ্তমানৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহিম আহমেদে পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত ধনৰ লেনদেন কৰা বুলি পুনৰ অভিযোগ উত্থাপন কৰে অনশন কাৰ্যসূচীত উপস্থিত থকা কংগ্ৰেছ কৰ্মীসকলে ৷

ক্ষুব্ধ কংগ্ৰেছ কৰ্মীসকলে “শুকুৰ আলী মুৰ্দাবাদ, শান্তনু শৰ্মা  মুৰ্দাবাদ, আব্দুৰ ৰহিম আহমেদ মুৰ্দাবাদ, কংগ্ৰেছত দালালৰাজ কৰা নেতাক অপসাৰণ কৰক” আদি বিভিন্ন শ্লোগান দিয়ে ৷

খোদ ৰাজীৱ ভৱনতে কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ মুকলি বিদ্ৰোহৰ ফলত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে বিৰূপ ফলাফল পাব বুলি আশংকা ব্যক্ত কৰিছে একাংশ নিষ্ঠাবান কংগ্ৰেছ কৰ্মীয়ে ৷

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd