DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশজুৰি দালাল, প্ৰাইভেট এজেণ্ট মুক্ত হ’ব ৰেল টিকেট

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2020 8:38 pm
হমচফৰ এক্সপ্ৰেছ
24.8k
VIEWS
Share on FacebookShare on Twitter

ৰেল মন্ত্ৰ্যালয়ে যাত্ৰীৰ টিকেটক দেশজুৰি দালাল, প্ৰাইভেট এজেণ্ট মুক্ত কৰাৰ পদক্ষেপ হাতত লৈছে।

ক’লা বজাৰত টিকেট বিক্ৰী কৰা ৫,৩০০জন দালালক যোৱা এবছৰ দুমাহত গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৮৮৪ বুকিং ভেণ্ডৰক ব্লেকলিষ্টেড কৰা হৈছে।

ৰেল মন্ত্ৰী পিয়ুশ গোৱেলে লোক সভাত শুকুৰবাৰে এই তথ্য সদৰী কৰিছে।

গোৱেলে কয় যে তেওঁ যাত্ৰীৰ বাবে টিকেট বুক কৰাৰ ক্ষেত্ৰত প্ৰাইভেট ভেণ্ডৰ আৰু এজেণ্টক নিষিদ্ধ কৰাৰ কথা বিবেচনা কৰি আছে।

“যিকোনো লোকে ম’বাইলত টিকেট বুক কৰিব পৰাৰ সময়ত তেওঁলোকৰ আৰু প্ৰয়োজন নাই,” মন্ত্ৰী গোৱেলে কয়।

তেওঁ লগতে কয় যে টিকেট কিনাত সহায় বিচৰা যাত্ৰীসকল কমন চাৰ্ভিচ চেণ্টাৰত যাব পাৰে। এই কেন্দ্ৰসমূহ চৰকাৰে পৰিচালনা কৰে।

মধ্যভোগী চামে বুকিং খোলাৰ লগে লগে ছফটৱেৰৰ জৰিয়তে টিকেট বুক কৰি ৰাখে আৰু পিছত যাত্ৰী নাপালে কেন্সেল কৰি দিয়ে।

ফলত বহু প্ৰকৃত যাত্ৰীয়ে টিকেট পোৱাৰ পৰা বঞ্চিত হয় আৰু ৰেলৱেই বৃহৎ পৰিমাণৰ লোকচান ভৰিব লগা হৈ আহিছে।

ৰেল মন্ত্ৰ্যালয়ে এনে ছফটৱেৰক অবৈধ বুলি ঘোষণা কৰি নিষিদ্ধ কৰিছে আৰু ইয়াৰ লগত জৰিত ১০৪গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd