• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দিহা-ভৰসা

বিশেষ শিতান: দিহা-ভৰসা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2023 5:23 pm
Experts advice on personalm problems
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰশ্নঃ আগৰ সময়ত নাৰীসকল লিংগ সমতা বা নিজৰ সম অধিকাৰ সম্পৰ্কে বৰ বেছি সচেতন নাছিল। যাৰ বাবে তেতিয়া নাৰী-পুৰুষৰ সম্পৰ্কবোৰত কঠিনতা নাছিল। কিন্তু লাহে লাহে নাৰীসকল নাৰীবাদী হৈ উঠাৰ লগে লগে নাৰী-পুৰুষৰ বৈবাহিক বা প্ৰেমৰ সম্পৰ্কত কিবা জটিলতা আহি পৰিছে নেকি? মিলাপ্ৰীতি কমিছে নেকি?
(প্ৰশ্নকৰ্তা: অলকেশ বৰকটকী)

উত্তৰঃ এফালৰ পৰা চাবলৈ গ’লে কথাটো নোহোৱা নহয়। কিন্তু কথাটো হৈছে যে ‘আগতে’ লিংগভিত্তিক সমতাৰ কথাটোক লৈ মানুহ সচেতন নাছিল বুলি কোৱাটো টান। কাৰণ ‘আগতে’ শব্দটো এটা অস্পষ্ট শব্দ। আমি যদি ৬০ ৰ দশকলৈ চাওঁ তেন্তে দেখা পাম বৰ্তমান সময়ৰ দৰে সেই সময়ত লিংগ সমতাৰ বিষয়ে মানুহ ইমান বেছি অৱগত নাছিল। কিন্তু লিংগ বৈষম্যৰ বিষয়ে মানুহ কিছু পৰিমাণে সজাগ আছিল। এতিয়া কথাটো হ’ল, লিংগ বৈষম্য সম্পৰ্কে নাৰীৰ মাজত গঢ়ি উঠা সজাগতাই নাৰী-পুৰুষৰ আত্মিক সম্পৰ্কত প্ৰভাৱ পেলাইছে নেকি?

Apply Now

পুৰুষ আৰু নাৰীৰ মাজত থকা সম্পৰ্কটো বিৰোধমূলক সম্পৰ্ক নহয়। নিজৰ অধিকাৰ বা বৈষম্যৰ প্ৰতি সজাগ হ’ল বুলিয়েই যে অনবৰতে কাজিয়া কৰি থাকিব তেনেকুৱা কথা নাই। আমি দেখিছোঁ যে নাৰীয়ে নিজৰ অধিকাৰৰ বাবে কিমান সংগ্ৰাম কৰিবলগীয়া হৈছে। কিন্তু যেতিয়ালৈকে পুৰুষে এই কথাবোৰ বুজি নাপাব তেতিয়ালৈকে এটা বিৰোধ থাকিব। গতিকে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কটো নাৰী আৰু পুৰুষ দুয়ো বিচাৰিব লাগিব। দুয়োটা পক্ষই সম অধিকাৰৰ কথাটো গ্ৰহণ কৰিব লাগিব। তেতিয়া নাৰী-পুৰুষৰ সম্পৰ্কত মিলাপ্ৰীতিৰ সমস্যা আৰু বৈষম্যৰ কথাটো নাহে।

((উত্তৰদাতা : অৰিন্দম বৰুৱা)

প্ৰশ্নঃ প্ৰেম সম্পৰ্ক এটাত যদি কোনোৱে মৰম যাচিব বিচাৰে বা নিজেও কিছু ৰোমাণ্টিক বা সহজ হৈ প্ৰেমিকাৰ ওচৰত গৈ আকৌ নানান সন্দেহৰ বলি হৈ মনৰ আনন্দ উল্লাস নাইকিয়া হৈ দুখ মনৰে দিন অতিবাহিত কৰিবলগীয়া হয়… তেন্তে প্ৰেমিকজনে কি কৰা উচিত? কিন্তু একপ্ৰকাৰে সৰু সৰু সন্দেহবোৰ যদি অভিনয় সুৰত প্ৰেমিকজনে কৰিব আৰম্ভ কৰে তেন্তে প্ৰেমিকাই বেয়া মনৰ বা ঠেক মনৰ মানুহ বুলি গালি দিয়ে? এনেকুৱা সম্পৰ্ক মসৃণ আৰু ফলপ্ৰসূ কৰি তোলাৰ কিবা উপায় আছে নে?
(প্ৰশ্নকৰ্তা: কল্যাণ ভূঞা)

উত্তৰঃ প্ৰেম বা ভালপোৱাৰ যিটো ভাব, সেইটোক জোখাৰ কোনো যন্ত্ৰ নাই। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল এনে সমস্যাৰ ক্ষেত্ৰত আমি চোৱা উচিত যে সম্পৰ্কটো কিহৰ ভিত্তিত কৰি আৰম্ভ হৈছিল। শাৰীৰিক আকৰ্ষণক কেন্দ্ৰ কৰি হৈছিল নেকি? আচলতে সম্পৰ্কত শাৰীৰিক আকৰ্ষণৰ গুৰুত্ব আছে যদিও কেৱল শাৰীৰিক সম্পৰ্কক কেন্দ্ৰ কৰি আৰম্ভ হোৱা সম্পৰ্ক শক্তিশালী নহয়। এতিয়া তোমালোকে তোমালোকৰ প্ৰেমৰ আৰম্ভণিটো কিহক ভিত্তিত কৰি গঢ় লৈ উঠিছিল সেয়া বিচাৰিব লাগিব। সন্দেহ মানুহৰ কিয় হয়? যেতিয়া এজনক ভালপোৱা যায় তেতিয়া ভালপোৱা ব্যক্তিগৰাকীক কেৱল নিজৰ কৰি লোৱাৰ হাবিয়াস থাকে।

নিজৰ প্ৰেমিক বা প্ৰেমিকাক আনৰ লগত কল্পনাও কৰিব নোৱাৰি। সেই ভাবটোৰ বাবেই সন্দেহৰ সৃষ্টি হয়। গতিকে তোমালোকে তোমালোকৰ সম্পৰ্কটোৰ আৰম্ভণি হোৱাৰ ভিত্তিটো কি আছিল সেয়া চাব লাগিব। তাৰ পিছত তোমালোকে কেনেদৰে কথা-বতৰা পাতিছা, কি কৰিছা সেয়া লক্ষ্য কৰিব লাগিব। তুমি মোৰ এই কথাখিনিৰ উত্তৰ দিলে মই আৰু বহলকৈ কথাখিনি ক’ব পাৰিম।

(উত্তৰদাতা : অৰিন্দম বৰুৱা)

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd