• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আদালত অৱমাননা! দোষী সাব্যস্ত কৰি ছয় মাহৰ কাৰাদণ্ড বাইজুছৰ প্ৰতিষ্ঠাপক বাইজু ৰবীন্দ্ৰনক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2026 12:23 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আদালত অৱমাননাৰ অভিযোগত বাইজুছৰ প্ৰতিষ্ঠাপক বাইজু ৰবীন্দ্ৰনক ছমাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছে ছিংগাপুৰৰ এখন আদালতে। জানিব পৰা মতে, ২০২৪ চনৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হোৱা বাইজুছৰ সম্পত্তি সংক্ৰান্তীয় আদালতৰ কেইবাটাও নিৰ্দেশ অমান্য কৰাৰ অভিযোগ উঠিছিল তেওঁৰ বিৰুদ্ধে। এই অভিযোগৰ ভিত্তিতে শেহতীয়াকৈ বাইজুছৰ প্ৰতিষ্ঠাপকজনক এই কঠোৰ শাস্তি প্ৰদান কৰা হৈছে।

বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, আদালতে বাইজুক সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে। একে সময়তে তেওঁক ৯০ হাজাৰ ছিংগাপুৰ ডলাৰ জৰিমনা পৰিশোধ কৰিবলৈও কোৱা হৈছে। অৱশ্যে বৰ্তমান বাইজু ছিংগাপুৰত আছে নে আন ক’ৰবাত আত্মগোপন কৰি আছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

Apply Now

২০০৮-২০০৯ চনৰ মাজভাগত বাইজুৱে ভিডিঅ’ ক’চিং আৰম্ভ কৰিছিল আৰু তাৰ দুবছৰৰ পাছত পত্নীৰ সৈতে লগ লাগি এটা ষ্টাৰ্টআপ প্ৰতিষ্ঠান গঢ়ি তুলিছিল। তেওঁলোকে ইয়াৰ নাম দিছিল বাইজুছ। অতি কম সময়ৰ ভিতৰতে এই প্ৰতিষ্ঠানটোৱে সফলতাৰ শিখৰত উপনীত হৈছিল। কেৱল ভাৰততেই নহয়, বিশ্বৰ বিভিন্ন প্ৰান্ততো বাইজুছ জনপ্ৰিয় হৈ পৰিছিল আৰু বিভিন্ন বিদেশী প্ৰতিষ্ঠানে ইয়াত ধন বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছিল। পিছে ২০২২ চনৰ ছেপ্টেম্বৰ মাহত বাইজুছৰ বৃহৎ লোকচানৰ খবৰ পোহৰলৈ আহে। জানিব পৰা মতে, শেষৰটো বিত্তীয় বৰ্ষত বাইজুছৰ ৪৫৮৮ কোটি টকাৰ লোকচান হৈছিল আৰু ইয়াৰ প্ৰভাৱ কৰ্মচাৰীসকলৰ দৰমহাতো পৰিছিল। বাইজুৱে এই লোকচান নিয়ন্ত্ৰণ কৰিবলৈ বহুত চেষ্টা কৰিছিল যদিও কোনো লাভ নহ’ল। পৰৱৰ্তী সময়ত বাইজুছৰ বিৰুদ্ধে ঋণখেলাপিৰ অভিযোগো উত্থাপন হয়। তেনে এক অভিযোগৰ ভিত্তিত ৰুজু হোৱা গোচৰতে এতিয়া ছিংগাপুৰৰ আদালতে বাইজুছৰ প্ৰতিষ্ঠাপকজনক ছমাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd