DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীক চৰকাৰৰ প্ৰতাৰণাৰ অভিযোগ

এন ই নাও নিউজ, টীয়ক by এন ই নাও নিউজ, টীয়ক
January 22, 2022 11:35 am
Panchayat contractual employee

ফটো: নৰ্থইষ্ট নাও।

134
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ২০১০ চনৰ পৰা ঠিকাভিত্তিত নিযুক্ত কৰ্মচাৰী সকলৰ প্ৰতি ৰাজ্য চৰকাৰে প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

ৰাজ্যখনৰ পঞ্চায়ত বিভাগত ঠিকাভিত্তিত নিযুক্তি পোৱা আঠ হাজাৰ ছশ এনে কৰ্মচাৰীয়ে নিম্নতম পাৰিতোষিকৰ বিনিময়ত সুদীৰ্ঘ দিন নিজৰ কাম নিষ্ঠাৰে পালন কৰি আহিছে যদিও অসম চৰকাৰে এইসকল কৰ্মচাৰীৰ প্ৰতি কোনো অনুকম্পা প্ৰদৰ্শন নকৰাত এতিয়া সমগ্র ৰাজ্য জুৰি ক্ষোভৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: Covid-19 Update: দেশত সামান্য নিম্নগামী দৈনিক সংক্ৰমণ; অ’মিক্ৰণ আক্ৰান্তৰ সংখ্যা ১০হাজাৰ অতিক্ৰম

পঞ্চায়ত পৰিচালনাৰ মূল চালিকা শক্তি জি আৰ এচ, অভিযন্তা, কম্পিউটাৰ সহায়ক,কম্পিউটাৰ গাণনিককে ধৰি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা ঠিকাভিত্তিক নিযুক্ত এই কৰ্মচাৰীসকলক সম কামৰ বিপৰীতে সম দৰমহা, চাকৰি নিশ্চিতকৰণ, চৰকাৰী অন্যান্য কৰ্মচাৰীৰ দৰে সা-সুবিধা প্ৰদান, বছৰি দৰমহা বৃদ্ধিৰ সিদ্ধান্ত সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ শেষৰখন কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছিল যদিও আজিও কাৰ্যকৰী নহ’ল সেই সিদ্ধান্ত।

বহুবাৰ এই সন্দৰ্ভত বিভাগৰ মন্ত্ৰী, উচ্চ পদস্থ বিষয়াৰে আলোচনা কৰিও কোনো সমাধান নোপোৱাত এতিয়া হতাশাত ভুগিছে এইসকল কৰ্মচাৰী। 

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd