• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাত আক্ৰান্ত ৰোগীয়ে বাতৰি কাকতত পঢ়িলে নিজৰ মৃত্যুৰ খবৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 26, 2020 7:15 pm
02a8b1ba6ad8435c5abbd64f771cc912

প্ৰতিনিধিত্বমূলক চিত্ৰ

40.9k
VIEWS
Share on FacebookShare on Twitter

মধ্য প্ৰদেশৰ উজ্জেইনৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ এটা মাৰাত্মক ভুলে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। চহৰখনৰ কে আৰডি গাৰ্গী চিকিৎসালয়ৰ ভুলৰ বাবে চিকিৎসা গ্ৰহণ কৰিবলৈ যেৱা এজন যুৱকৰ মৃত্যুৰ খবৰ এখন বাতৰি কাকতত প্ৰকাশ পাইছে।

যুৱকজনে নিজৰ মৃত্যুৰ খবৰ বাতৰি কাকতত পঢ়াৰ পিছতেই মই জীয়াই আছো বুলি ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰে। লগে লগে এই ভিডিঅ’টো ভাইৰেল হৈ পৰে আৰু বিষয়টো স্বাস্থ্য বিভাগৰো অৱগত হয়।

ভিডিঅ’টো পোৱাৰ লগে লগে স্বাস্থ্য বিভাগে অনুসন্ধান আৰম্ভ কৰাৰ লগতে ঘটনাৰ সৈতে জৰিত চিকিৎসকক কাৰণ দৰ্শোৱা জাননী প্ৰদান কৰা বুলি জানিব পৰা গৈছে।

ভাইৰেল হোৱা ভিডিঅ’টোত ক’ৰ’নাত আক্ৰান্ত যুৱকজনে কয়, ‍‘মই দুদিন পূৰ্বে আৰডি গাৰ্গী চিকিৎসালয়ত ভৰ্তি হৈছিলো। মই শনিবাৰে এখন বাতৰি কাকতত পঢ়িছো যে মই মৰিছো, কিন্তু মই জীয়াই আছো’।

এই সন্দৰ্ভত উজ্জেইনৰ এগৰাকী শীৰ্ষ বিষয়া ডাঃ আনছুইয়া গৱালীয়ে কয়, ‍‘যোৱা বৃস্পতিবাৰে মৃত্যু হোৱা এগৰাকী ৬০ বছৰীয়া ক’ৰ’না আক্ৰান্তৰ ঠাইত এই যুৱকজনৰ নাম সন্নিৱিষ্ট হৈছে। এই ঘটনাৰ লগত জৰিত চিকিৎসকে নিজৰ ভুল মানি লৈছে। নাম আৰু ঠিকনাৰ ভুলৰ বাবেই এই ভুলটো সংঘটিত হোৱা বুলি তেওঁ জনাইছে’।

বিষয়াগৰাকীয়ে লগতে চিকিৎসক গৰাকীক কাৰণ দৰ্শোৱা জাননী প্ৰদান কৰাৰ কথা জানিবলৈ দিয়াৰ লগতে ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি নজৰ দিবলৈ আহ্বান জনায়।

Recent News

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd