• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’না পজিটিভ ৰোগীৰ পৰা ১১ দিনৰ পাছত নঘটে সংক্ৰমণ; নতুন গৱেষণাত দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2020 1:10 pm
pic6166162122_052520092758 new

প্ৰতিনিধিত্বমূলক ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজ্ঞানীয়ে দাবী কৰিছে যে কৰ’না ভাইৰাছ আক্ৰান্ত ৰোগীয়ে ১১দিনৰ পাছত সংক্ৰমণ বিয়পাব নোৱাৰে।

nypost.comৰ প্ৰতিবেদন অনুসৰি, ছিংগাপুৰ নেশ্যনেল চেন্টাৰ ফৰ ইনফেকশ্যন ডিজিজেজ (NCID) এণ্ড একাডেমী অফ মেডিচিনে চলোৱা এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে।

Apply Now

এতিয়ালৈকে জানিব পৰা গৈছিল যে কৰ’না আক্ৰান্ত ৰোগীয়ে পজিটিভ থকালৈকে সংক্ৰমণ ঘটাব পাৰে।

তদুপৰি,গৱেষকসকলে দাবী কৰিছিল যে কৰ’নাৰ লক্ষণ প্ৰকাশ পোৱাৰ দুদিন পূৰ্বৰে পৰাই কৰ’না আক্ৰান্ত ৰোগীয়ে সংক্ৰমণ ঘটাব পাৰে।

কিন্তু এই বিজ্ঞানীসকলে তেওঁলোকৰ অধ্যয়নত লাভ কৰিছে যে কৰ’না আক্ৰান্ত ৰোগীৰ লক্ষণ দেখুওৱাৰ ৭দিনৰ পৰা ১০ দিনলৈকে সংক্ৰমণ ঘটাব পৰা ক্ষমতা থাকে।

ছিংগাপুৰ নেশ্যনেল চেন্টাৰ ফৰ ইনফেকশ্যন ডিজিজেজৰ গৱেষকসকলে প্ৰায় ৭৩জন কৰ’না আক্ৰান্ত ৰোগীৰ ওপৰত অধ্যয়ন চলাই এই নতুন তথ্য লাভ কৰিছে।

বিজ্ঞানীসকলে সদৰী কৰিছে যে ১১ দিনৰ পাছত কৰ’না ভাইৰাছক পৃথক বা বিকশিত কৰিব পৰা নাযায়।

গৱেষকসকলে প্ৰকাশ কৰা মতে, লক্ষণ দেখুওৱাৰ এসপ্তাহ পাছত কৰ’না আক্ৰান্ত ৰোগীৰ সক্ৰিয় সংক্ৰমণ ক্ষমতা হ্ৰাস পাবলৈ ধৰে।

নতুন তথ্যৰ আধাৰত হাস্পাতলসমূহে ৰোগীক কেতিয়া ডিছাৰ্জ কৰিব পাৰি তাৰ সিদ্ধান্ত ল’ব পাৰে।

আমেৰিকাকে ধৰি বহু দেশত কৰ’না ৰোগীৰ দুবাৰকৈ নিগেটিভ অহাৰ পাছতহে চিকিৎসকে ৰোগীজন সুস্থ হোৱা বুলি ধৰি লয়।

ছিংগাপুৰৰ এই অধ্যয়নৰ তথ্য চিকিৎসকসকলৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

ছিংগাপুৰৰ NCIDৰ কাৰ্যবাহী সঞ্চালক লিঅ’ জি চিনে জানিবলৈ দিয়ে যে নমুনাৰ আকাৰ (সংখ্যাৰ) সৰু হোৱা সত্তেও নতুন তথ্যই গৱেষকসকলক আশ্বস্ত কৰিছে আৰু ডাঙৰ আকাৰৰ নমুনাৰ ক্ষেত্ৰতো একেই ফলাফল পোৱা যাব বুলি দৃঢ়তা প্ৰকাশ কৰিছে।

লিঅ’ জি চিনে লগতে কয় যে বৈজ্ঞানিক দৃষ্টিৰে মই যথেষ্ট আশ্বস্ত হৈছো। কৰ’না ৰোগী ১১ দিন পাছত সংক্ৰামক নোহোৱাৰপৰ্যাপ্ত প্ৰমান আছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd