• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাই গঢ়িলে ৰেকৰ্ড; এটা দিনত ১,০৬০০০ গৰাকী লোক আক্ৰান্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 21, 2020 9:11 am

1 min read

ক’ৰ’নাই গঢ়িলে ৰেকৰ্ড; এটা দিনত ১,০৬০০০ গৰাকী লোক আক্ৰান্ত

প্ৰতিনিধিত্বমূলক চিত্ৰ

17.7k
VIEWS
Share on FacebookShare on Twitter

১৯ মে’ অৰ্থাৎ মঙলবাৰে বিশ্বজুৰি ক’ৰ’না ভাইৰাছে গঢ়িছে এটা নতুন ৰেকৰ্ড। এটা দিনত ক’ৰ’নাত আক্ৰান্ত হোৱা লোকৰ সকলো সংখ্যা মঙলবাৰৰ দিনটোত অতিক্ৰম কৰিছে।

তথ্যৰ পৰা জানিব পৰা মতে মঙলবাৰে সৰ্বমুঠ ১০৬,০০০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

আক্ৰান্তৰ সংখ্যাৰ দিশৰ পৰা চীনত আৰম্ভ হোৱা দিনটোৰ পৰা আজিলৈকে এয়াই সৰ্বাধিক।

উল্লেখ্য যে বিশ্বত এই পৰ্যন্ত ৪৯ লাখ ৮৬ হাজাৰ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩ লাখ ২৪ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে।

ইফালে বিশ্বৰ সৰ্বাধিক শক্তিশালী দেশ আমেৰিকাত হ্ৰাস পোৱা নাই ক’ৰ’না ভাইৰাছৰ সংহাৰ। দেশখনত এই পৰ্যন্ত ৯৩ হাজাৰৰো অধিক লোক ক’ৰ’নাৰ ফলত মৃত্যু হৈছে।

আমেৰিকাত এই পৰ্যন্ত ১৫ লাখ ৭০ হাজাৰৰো অধিক লোক মহামাৰী ক’ৰ’নাত আক্ৰান্ত হৈছে। জানিব পৰা মতে দেশখনত যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটিছে ১৫৬১ গৰাকী লোকৰ।

আনহাতে ভাৰতত এতিয়ালৈকে ১,০৬,৭৫০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩,৩০৩ গৰাকী লোকৰ মৃত্যু ঘটিছে।

Recent News

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd