• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰোনাভাইৰাছ: কিদৰে চাফা কৰিব আপোনাৰ ফোন, লেপটপ, মাউছ?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2020 6:21 pm
ক'ৰ'না
2.1k
VIEWS
Share on FacebookShare on Twitter

ক’ৰনাভাইৰাছক লৈ বিশ্বজুৰি আতংক সৃষ্টি হৈছে। আন বস্তুৰ লগতে আধুনিক জীৱনত নহ’লেই নচলা ফোন, লেপটপ আৰু কম্পিউটাৰতো ক’ৰনাভাইৰাছ লাগি থাকিব পাৰে।

তলত আগবঢ়োৱা হৈছে স্মাৰ্টফোন বা কীব’ৰ্ড, লেপটপ আৰু মাউছ আদি বীজাণুমুক্ত কৰি ৰখাৰ কিছুমান পদ্ধতি।

 

স্মাৰ্টফোন কিদৰে চাফা কৰিব?

১. চাফা কৰাৰ আগতে ফোনটো ছুইটড অফ কৰি ল’ব। ফোনটোৰ কেচটো আঁতৰাই ল’ব।

২. মাইক্ৰ’ফাইবাৰ ক্লথ বা আন কোমল কাপোৰ এটুকুৰাৰে ফোনটো চাফা কৰিব।

৩. চাফা কৰাৰ বাবে আপুনি কাপোৰ টুকুৰা কুহুমীয়া চাবোনপানীত ডুবাই ল’বও পাৰে।

৪. বেছি পানী ব্যৱহাৰ নকৰিব, কাৰণ ই আপোনাৰ ফোনটো বেয়া কৰিব পাৰে। চাফা কৰোতে ফোনৰ প’ৰ্ট বা বুটামবোৰত পানী সোমাবলৈ নিদিব।

৫. আন এখন শুকান কাপোৰেৰে ফোনটো মচি পেলাওক।

 

কীব’ৰ্ড বা লেপটপ পৰিষ্কাৰ

১. কম্পিউটাৰটো ছুইটদ অফ কৰি আৰু সকলো কানেক্সন গুচাই ল’ব।

২. লেপটপৰ ক্ষেত্ৰত পাৰিলে বেটাৰিটো গুচাই ল’ব।

৩. পিছফালে লাহেকৈ থপৰিয়াই দিব যাতে ধূলিবোৰ আঁতৰি যায়।

৪. নিৰ্বীজাণুকৃত ৱাইপেৰে কীবোৰ মচক।

৫. কীবোৰৰ মাজৰ ধূলিবোৰ বতাহ দি আঁতৰোৱাৰ চেষ্টা কৰক।

 

মাউছ বা লেপটপৰ টাচপেড

১. চাফা কৰাৰ পূৰ্বে মাউছৰ বেটাৰি খুলিব ল’ব।

২. মাউছটো ওলোটা কৰি তাৰ চকাটো ঘূৰাই দিলেও ধূলি আঁতৰ হয়।

৩. নিৰ্বীজাণুকৃত ৱাইপেৰে মাউছ বা টাচপেডটো চাফা কৰক।

Recent News

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd