• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাঘৰ গাত কৰ’নাভাইৰাছ আমেৰিকাত: অসমত চিৰিয়াখানাই লৈছে বিশেষ পদক্ষেপ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 26, 2020 7:31 pm

2 min read

6k
VIEWS
Share on FacebookShare on Twitter

কেৱল মানৱ জাতিয়েই নহয়, পশুকুলতো চিনাক্ত হৈছে কৰ’নাভাইৰাছ। আমেৰিকাৰ নিউ য়ৰ্কৰ ব্ৰন্ক্স চিৰিয়াখানত ৮টাকৈ বাঘ আক্ৰান্ত হৈছে এই ৰোগত।

জানিব পৰা মতে এগৰাকী বিষয়াৰ পৰা এই মাৰাত্মক ভাইৰাছ সংক্ৰমণ হৈছিল বাঘৰ দেহলৈ।

আমেৰিকাৰ নিউ য়ৰ্কতে মানুহক সংক্ৰমিত কৰা ৰোগে এটা জন্তুক সংক্ৰমিত কৰি অসুস্থ কৰা এইটো প্ৰথম ঘটনা সংঘটিত হৈছিল।

স্বাভাৱিকতে প্ৰশ্ন হয়, এই ঘটনাৰ পাছত বাঘৰ সুৰক্ষাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই?

উল্লেখ্য যে, অসম ৰাজ্যিক চিৰিয়াখানাত মুঠ ৬টা বিভিন্ন প্ৰজাতিৰ বাঘ আছে। এই বাঘকেইটাৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই।

বাঘক খাবলৈ দিয়া মাংস ভালদৰে চাই-চিতি বীজাণুমুক্ত কৰি খাবলৈ দিয়া হয় বুলি জানিবলৈ দিয়ে চিৰিয়াখানাৰ ডিএফঅ’ তেজচ মৰিস্বামীয়ে।

ইপিনে, লকডাউনৰ দিনকেইটাত চিৰিয়াখানাৰ বাহিৰৰ কোনো লোককে চিৰিয়াখানা চৌহদত প্ৰবেশ কৰিবলৈ দিয়া হোৱা নাই। তথা চিৰিয়াখানাৰ ভিতৰত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰীকো চৌহদৰ বাহিৰলৈ যাবলৈ দিয়া নাই কৰ্তৃপক্ষই।

মৰিস্বামীয়ে কয় ‘আমি বাহিৰৰ কৰ্মচাৰীসকলক লকডাউনৰ সময়ত কৰ্মস্থলীলৈ আহিব দিয়া নাই। যিসকল কৰ্মচাৰী ভিতৰত কাম কৰি আছে সেইসকলক আমি বাহিৰলৈ ওলাব দিয়া নাই। পশুৰ বাবে খাদ্য অনা বাহনসমূহকো চেনিটাইজ কৰাৰ লগতে বাঘৰ মাংসৰ লগতে অন্যান্য খাদ্যসমূহ পটাছত ডুবাই পানীৰে ধুই খাবলৈ দিয়া হয়।‘

অসম ৰাজ্যিক চিৰিয়াখানা লকডাউনৰ পূৰ্বৰে পৰা পৰ্য্যটকৰ প্ৰবেশ নিষিদ্ধ কৰাৰ লগতে পশু-পক্ষীলৈ যাতে এই মাৰাত্মক ভাইৰাছ সংক্ৰমণ নহয় তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।

ইয়াৰোপৰি, প্ৰত্যেকদিনাই চিৰিয়াখানাৰ চৌহদ চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd