• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাৰ আতংক; পৰীক্ষাৰ অবিহনে নাৰ্ছাৰী পৰা অষ্টম শ্ৰেণীলৈকে উত্তীৰ্ণ কৰা হ’ব শিক্ষাৰ্থীক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 30, 2020 8:55 pm

1 min read

index.jpg6

প্ৰতিনিধিত্বমূলক ছবি

10k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো চলাই সংহাৰ।

এই মাৰাত্মক ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ দেশত অব্যাহত আছে ২১ দিনীয়া ল’কডাউন।

তেনে এক সময়তে আজি দিল্লীৰ আপ চৰকাৰর শিক্ষামন্ত্ৰী মনীষ চিচোড়িয়াই দিল্লীত নাৰ্ছাৰী পৰা অষ্টম শ্ৰেণীলৈকে কোনো পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে শিক্ষাৰ্থীসকলক উত্তীৰ্ণ কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে।

আনহাতে নৱম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীৰ পৰীক্ষা সন্দৰ্ভত অতি শীঘ্ৰেই চিবিএছই সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি দিল্লীৰ শিক্ষামন্ত্ৰী চিচোড়িয়াই জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে দ্বাদশ আৰু দশম শ্ৰেণীৰ বাবে অনলাইন ক্লাছৰ ব্যৱস্থা প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু ক্লাছসমূহ এপ্ৰিলৰ প্ৰথম সপ্তাহৰ পৰাই আৰম্ভ কৰা হ’ব।

Tags: COVID19

Recent News

a-vaccine-750x375

টীকাকৰণৰ প্রথম দিনটোতেই দেশত ৬৪জন স্বাস্থ্যকৰ্মীৰ দেহত পাৰ্শ্ব প্ৰতিক্ৰিয়া!

Screenshot_20210116_215725

জাগুনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd