• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

উত্তৰ প্ৰদেশত এটি ৩ মহীয়া শিশু ক’ৰ’না ভাইৰাছত আক্ৰান্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 14, 2020 2:38 pm

1 min read

eef607589d9624295fac0f1528ed3401

প্ৰতিনিধিত্বমূলক চিত্ৰ

8.1k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ বস্তি জিলাত এটি তিনিমহীয়া কেঁচুৱা ক’ৰ’নাত আক্ৰান্ত হৈছে। এই খবৰে এতিয়া উত্তৰ প্ৰদেশৰ লগতে দেশৰ আন প্ৰান্ত সমূহত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে শিশুটি আৰু মাকৰ নমুনা গোৰখপুৰ মেডিকেল কলেজত পৰীক্ষা কৰোৱা হৈছিল আৰু সোমবাৰে নিশা শিশুটিৰ ৰিপ’ৰ্ট পজিটিভ পোৱা যায়। অৱশ্যে মাকৰ এতিয়াও ৰিপ’ৰ্ট অহা নাই।

বৰ্তমান শিশুটি আৰু মাতৃগৰাকীক চিকিৎসালয়ৰ আইছ’লেশ্যন কক্ষত ৰখা হৈছে।

জানিব পৰা মতে, ৩০ মাৰ্চত ক’ৰ’নাত আক্ৰান্ত হৈ গোৰখপুৰত মৃত্যু হোৱা মিলট নগৰৰ এজন যুৱকৰ সৈতে মহিলা আৰু শিশুটিৰ সম্বন্ধ আছিল।

উল্লেখ্য যে মিলট নগৰ অঞ্চলক ক’ৰ’না ভাইৰাছৰ হটস্পট হিচাপে চিহ্নিত কৰা হৈছে। ইফালে জিলাখনত এই পৰ্যন্ত ১৪ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে।

উত্তৰ প্ৰদেশত ক’ৰ’না ভাইৰাছৰ সংহাৰ অব্যাহত আছে। ৰাজ্যখনত এই পৰ্যন্ত ৬৫৭ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd