DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

যাত্ৰীবাহী ৰেইলৰ পিছত আৰম্ভ হ’ব ঘৰুৱা বিমানৰ উৰণ : কেন্দ্ৰৰ অনুমতিৰ অপেক্ষা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2020 8:48 am
images

প্ৰতিনিধিত্বমূলক ফ'টো, সৌজন্য- ইন্টাৰনেট

3.4k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশজুৰি কোভিড১৯ প্ৰতিৰোধী ল’কডাউনৰ মাজতে আজিৰ পৰা দেশত পৰ্যায়ক্ৰমে যাত্ৰীবাহী ৰে’ল সেৱা আৰম্ভ হোৱাৰ পিছত ঘৰুৱা বিমানৰো উৰণ আৰম্ভ কৰা হ’ব।

বিমান পৰিবহণ মন্ত্ৰালয়ে এই সম্পৰ্কত ঘৰুৱা বিমান পুনৰ উৰণৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এক সূত্রত প্রকাশ।

চৰকাৰী এক শীৰ্ষ সূত্ৰৰ উদ্ধৃতি দি হিন্দুএ কয় যে ঘৰুৱা বিমান পুনৰ উৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি লোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহেও ইচ্ছা প্ৰকাশ উচিত।

ৰাজ্য চৰকাৰসমূহে বিমান পুনৰ উৰণৰ ক্ষেত্ৰত সহমতত উপনীত হোৱা আৱশ্যক। সূত্ৰটোৰ দাবী।

ইফালে সূত্ৰটোৱে প্ৰকাশ কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এডাপ্পাডী কে পালানিস্বামীৰ মতে অহা ৩১ মে’ পৰ্য্ন্ত কেন্দ্ৰৰ দ্বাৰা বিমান পুনৰ উৰণৰ অনুমতি দিয়া নহ’ব পাৰে!

“১৮ মে’ৰ পূৰ্বে বিমান উৰণ আৰম্ভ হ’ব পাৰে। অপাৰেটিং প্ৰট’কলত আছে। কিন্তু এইক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে এক ৰাজনৈতিক সিদ্ধান্ত লোৱা উচিত।” সূত্ৰটোৱে কয়।

অপাৰেটসকলৰ মতে মধ্য আসনখন পূৰ কৰিবলৈ কেন্দ্ৰই অনুমতি দিব লাগে, কাৰণ মধ্য আসনখন খালী ৰাখিলে বৃহৎ পৰিমাণৰ বাণিজ্যিক ঘাটি হ’ব।

ভাৰতীয় বিমান প্ৰাধিকৰণ(AAI)ৰ সৈতে জড়িত অন্য এটা উৎসৰ মতে ৰেড জ’নৰ দায়দৰবাদ আৰু আহমদাবাদক বাদ দি মুম্বাই, কলকতা, দিল্লী, বাংগালুৰু আৰু চেন্নাইৰ লগতে পুনেৰ এটা অংশত বিমান উৰণৰ আৰম্ভ কৰাৰ কথা আছে।

“কেন্দ্ৰই কোভিড১৯ৰ বিপদৰ সম্ভাৱনা নথকা ঠাইত ঘৰুৱা বিমানৰ উৰণ অনুমতি দিয়াৰ বাবে প্ৰস্তুত আছে।” সূত্ৰটোৱে কয়।

দেশত অব্যাহত থকা তিনিটা পৰ্যায়ৰ ল’কডাউন অহা ১৭ মে’ত অন্ত পৰিব।

ইয়াৰ পিছত বিমান পৰিবহণ দপ্তৰৰ পৰিচালন সঞ্চালকে ঘৰুৱা যাত্ৰীক শ্ৰেণী বিভাজন কৰি ঘৰুৱা বিমান উৰণৰ বাবে ইঙ্গিত প্ৰদান কৰিছে বুলিও জনাইছে সূত্ৰটোৱে।

Recent News

Chess গুৱাহাটী দবা একাডেমীৰ অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১১বছৰ দবা প্ৰতিযোগিতা

গুৱাহাটীত আৰম্ভ হ’ল চতুৰ্থ আয়োধানা আন্ত:ৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা

দেওচুৰ অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ প্ৰতিবাদ

দেওচুৰ অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ প্ৰতিবাদ

বিশ্বনাথ নগৰৰ মাজমজিয়াৰ পুলিচ পইন্টৰ সমীপত হঠাৎ ঢলি পৰি মৃত্যুক সাৱটিলে এজন লোকে

বিশ্বনাথ নগৰৰ মাজমজিয়াৰ পুলিচ পইন্টৰ সমীপত হঠাৎ ঢলি পৰি মৃত্যুক সাৱটিলে এজন লোকে

FIRST female referee: ইটালীৰ ফুটবলত প্ৰথম মহিলা ৰেফাৰী; ইতিহাস গঢ়িবলৈ আগবাঢ়িছে মাৰিয়া

FIRST female referee: ইটালীৰ ফুটবলত প্ৰথম মহিলা ৰেফাৰী; ইতিহাস গঢ়িবলৈ আগবাঢ়িছে মাৰিয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd