DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’না ভাইৰাছ প্ৰাণঘাটি নহয়, কেন্দ্ৰ চৰকাৰে এই সম্বন্ধে থকা ভয় দূৰ কৰিব লাগে : ৰাহুল গান্ধী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 8, 2020 4:40 pm
5.2k
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে আজি ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মোদী চৰকাৰে গ্ৰহণ কৰা নীতিক সমালোচনা কৰে।

ৰাহুল গান্ধীয়ে এক ভিডিঅ’ প্ৰেছ বাৰ্তাযোগে ক’ৰ’না ভাইৰাছক প্ৰাণঘাটি নহয় বুলি উল্লেখ কৰি এই ভাইৰাছ মাত্ৰ এক শ্ৰেণীৰ লোকৰ বাবেহে ভয়াবহ বুলি কয়।

‘‘আমি মানুহৰ মানসিকতাৰ পৰিৱৰ্তন কৰিব লাগিব,’’ ৰাহুল গান্ধীয়ে কয়।

‘‘যদি চৰকাৰে ল’কডাউন উঠাই লয় তেনেহ’লে ক’ৰ’নাৰ ভয়ক আত্মবিশ্বাসলৈ পৰিবৰ্তন কৰিব লাগিব……ল’কডাউন মানে তলা বন্ধ আৰু খোলা নহয়,’’ চৰকাৰক সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয়।

ৰাহুল গান্ধীয়ে ভিডিঅ’ বাৰ্তাটোত মোদী চৰকাৰে গ্ৰহণ কৰা ল’কডাউন নীতিক প্ৰায় প্ৰভাৱহীন বুলি পৰোক্ষভাৱে উল্লেখ কৰি ক’ৰ’না নহয় ল’কডাউনৰ ফলত মানুহ নিবনুৱা হৈ মৰিব বুলিব বুলি মত প্ৰকাশ কৰে।

কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে ল’কডাউন উঠায় লোৱাৰ ক্ষেত্ৰত কাৰ্য্যক্ষম হ’ব লাগে বুলি কয়।

আনহাতে, শ্ৰমিক সকলৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে চৰকাৰে প্ৰত্যক্ষভাৱে শ্ৰমিকৰ একাণ্টলৈ ধন আগবঢ়াব লাগে বুলি মন্তব্য কৰি  এতিয়াই শ্ৰমিকক সহায় নকৰিলে কৰ্মহীনতাই চুনামিৰ সৃষ্টি কৰিব বুলি কয়।

ভিডিঅ’ বাৰ্তাটোত ৰাহুল গান্ধীয়ে ক’ৰ’না নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰ বিফল হোৱা বুলি পাকে-প্ৰকাৰে বুজাবলৈ চেষ্টা কৰা দেখা গ’ল।

Recent News

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Woman and 6-Year-Old Daughter Gangraped

নৃশংস! চলন্ত গাড়ীত মাতৃসহ ৬ বছৰীয়া শিশুক দলবদ্ধ ধৰ্ষণ

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Boris Johnson Gets Chased By Police

কি জগৰ লগালে বৰিছ জনছনে! ষ্টেডিয়ামত জনছনক ধৰিবলৈ পিছে পিছে দৌৰিল পুলিচ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd