• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’না ভাইৰাছ: ৰাইজক আতংকিত নহ’বলৈ আহ্বান মুখ্য মন্ত্ৰীৰ, ল’লে প্ৰস্তুতিৰ বুজ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2020 10:21 pm
Coronavirus outbreak: Sonowal urges people not to panic

শনিবাৰৰ বৈঠকৰ ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে কৰ’না ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্য বিভাগে লোৱা প্ৰস্তুতিৰ বুজ লৈছে আৰু ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনাইছে।

কৰ’না ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা আৰু সজাগতামূলক কাৰ্য্যসূচী লোৱাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।

Apply Now

কোনো বিদেশী ব্যক্তিক দেখিলেই আতংকিত নহ’বলৈ ৰাইজক আহ্বান জনাই সোণোৱালে এই সন্দৰ্ভত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে।

পৰ্য্যালোচনা বৈঠকত স্বাস্থ্য (ৰাজ্যিক) মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে ৰাজ্য প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল।

দিছপুৰৰ পৰা পঞ্চায়ত পৰ্য্যায়লৈকে সকলো চৰকাৰী কৰ্মচাৰীকে ভাইৰাছবিধৰ প্ৰতিৰোধমূলক ব্যৱস্থা সম্পৰ্কে সজাগ কৰি তুলিবলৈ বৈঠকত মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

ৰাজ্যৰ ৪৪ হাজাৰ আশা আৰু অংগনৱাড়ী কৰ্মীৰ গোট গঠন কৰি গাঁৱে-গাঁৱে সজাগতা অভিযান চলাবলৈ মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

আনহাতে যাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ পদক্ষেপ গ্ৰহণৰ বাবে তেওঁ অসম ৰাজ্যিক পৰিবহণ নিগমক নিৰ্দেশ দিয়ে।

সকলো চৰকাৰী বিভাগক সহযোগিতাৰে আগবাঢ়িবলৈ আহ্বান জনাই মুখ্য মন্ত্ৰীয়ে ৰেল বিভাগকো স্বাস্থ্য বিভাগৰ সৈতে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত সকলো আন্তৰ্জাতিক যাত্ৰীৰে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে বুলি স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলে বৈঠকত অৱগত কৰে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত কৰ’না ভাইৰাছ আক্ৰান্ত ৰোগীৰ বাবে ইতিমধ্যে আইচ’লেচন ৱাৰ্ড স্থাপন কৰা হৈছে।

স্বাস্থ্য বিভাগে জনোৱা মতে, সকলো জিলা চিকিৎসালয়তো তাৰ বাবে স্থান চিনাক্ত কৰা হৈছে আৰু স্বাস্থ্যকৰ্মীসকলক ইতিমধ্যে প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়া হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd