DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

স্বাস্থ্য কৰ্মীসকলৰ বাবে অভিনেতা চনু চুডে খুলি দিলে নিজৰ বিলাসী হোটেল

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2020 7:38 am
sonu_sood_1024_1586438810_618x347
17.8k
VIEWS
Share on FacebookShare on Twitter

বলিউদ অভিনেতা চনু চুডে নিজৰ মুম্বাইৰ জুহুস্থিত হোটেলখন স্বাস্থ্য কৰ্মীসকলক প্ৰদানৰ সিদ্ধান্ত লয়। এটা সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে এই কথা জনায়।

তেওঁ কয়, ‍‘নিজৰ জীৱন সংকটত ৰাখি আমাৰ জীৱন বচোৱাত ব্ৰতী হৈ থকা স্বাস্থ কৰ্মীসকলক নিজৰ নিজৰ আৱাসত প্ৰৱশ কৰিবলৈ নিদিয়া, তেওঁলোকৰ সৈতে বেয়া ব্যৱহাৰ কৰা আদি খবৰ শুনাৰ পিছতে তেওঁলোকক সহায় কৰাৰ সিদ্ধান্ত ল’লো।

গল্ফ নিউজক দিয়া সাক্ষাৎকাৰটোত তেওঁ কয়, ‍‘তেওঁলোকে নিজৰ পৰিয়ালক এৰি দৈনিক কামলৈ গৈ আছে আৰু নিজৰ জীৱন সংকটলৈ ঠেলি আছে। তেতিয়াই মই তেওঁলোকৰ থকাৰ বাবে মোৰ হোটেলখন দিয়াৰ সিদ্ধান্ত ল’লো‍’।

চনুই লগতে কয় যে মুম্বাই্‌ জুহুত বহুত চিকিৎসালয় আছে আৰু ইয়াত কৰ্মৰত স্বাস্থ্য কৰ্মীসকলে হোটেল শক্তি সাগৰত আৰাম আৰু শুবলৈ আহিব পাৰে।

ইয়াৰ উপৰি তেওঁ কয় যে চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলে আমাৰ বাবে কাম কৰি আছে আৰু এতিয়া তেওঁলোকৰ বাবে আমি কিবা কৰাৰ সময়।

উল্লেখ্য যে দেশৰ হকে দিনে নিশাই কামত ব্ৰতী হৈ থকা প্ৰত্যেকগৰাকী যোদ্ধাকে ধন্যবাদ জ্ঞাপন কৰিব লাগে বুলিও মন্তব্য কৰে অভিনেতাগৰাকীয়ে।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd