• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টীয়কৰ চিন্তামণিগড় গাঁও পঞ্চায়তত দুৰ্নীতি: লুন্ঠনৰ ধন ঘূৰাই দিবলৈ বাধ্য হ’ল খণ্ড উন্নয়ন বিষয়াই!

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
July 21, 2021 1:15 pm
mojk

প্ৰতিবাদমুখৰ পঞ্চায়তৰ একাংশ কৰ্মচাৰী

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ অন্তৰ্গত কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনস্থ ১ নং চিন্তামণিগড় গাঁও পঞ্চায়তত চৰকাৰী বিষয়াই লুন্ঠন চলোৱা উন্নয়নৰ ধন পুনৰ ঘুৰাই দিবলৈ বাধ্য হোৱা এক ঘটনা সংঘটিত হৈছে ।

পঞ্চায়তখনৰ পঞ্চায়ত প্ৰতিনিধিসকলক অন্ধকাৰত ৰাখি দীৰ্ঘদিন ধৰি স্বয়ং খণ্ড উন্নয়ন বিষয়া আৰ সচিবে পঞ্চায়তখনলৈ আৱন্টিত উন্নয়নৰ ধন পঞ্চায়তৰ একাউন্টৰ পৰা উলিয়াই থকাৰ অভিযোগ উঠিছে।

Apply Now

শেহতীয়াকৈ চতুৰ্দশ বিত্তীয় আয়োগৰ অনুমোদিত পুঁজিৰ কমিচনৰ ধনৰ এক লাখ ছয়সত্তৰ হাজাৰ নশ উনত্ৰিশ টকা ১জুলাইৰ পৰা ৫ জুলাইৰ ভিতৰত লেপটপ,ইনভাৰটাৰ,চেনিটাইজাৰ আদি ক্ৰয় কৰাৰ বাবদ আৰু কাৰ্যালয় খৰচৰ বাবদ একাউন্টৰ পৰা মোকলাই নিয়াৰ পাছতো সামগ্ৰী সমূহ ক্ৰয় নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

কোনো ধৰণৰ সভা অনুষ্ঠিত নকৰি চৰম মইমতালিৰে দুই চৰকাৰী বিষয়া,কৰ্মচাৰীয়ে উন্নয়নৰ ধন আত্মসাৎ কৰাৰ বিষয়ে পঞ্চায়ত সদস্য সকলে অভিযোগ কৰাৰ পাছত তথা আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিয়াত ভয়ত বিব্ৰত হৈ দীৰ্ঘদিন ধৰি পঞ্চায়ত প্ৰতিনিধিসকলৰ অজ্ঞাতে একাউন্টৰ পৰা মোকলাই নিয়া মুঠ তিনি লাখ উনষাঠি হাজাৰ আশী টকা পুনৰ একাউন্টত জমা কৰি থোৱাৰ আজৱ ঘটনা সংঘটিত হৈছে।

পঞ্চায়ত সদস্যসকলে কৰা অভিযোগ অনুসৰি তেওঁলোকৰ অজ্ঞাতে এই বৃহৎ পৰিমাণৰ ধন খণ্ড উন্নয়ন বিষয়া আৰু সচিবে মিলি উদৰস্থ কৰাৰ অভিসন্ধি ৰচিছিল যদিও এতিয়া বিপদত পৰাৰ ভয়ত এনেদৰে সমুদায় ধন পুনৰ একাউন্টত জমা দিয়ে ।

উল্লেখযোগ্য যে চিন্তামণিগড় গাঁও পঞ্চায়তৰ সভাপতি গৰাকীয়ে শিক্ষক পদত নিযুক্তি লাভ কৰাৰ বাবে সভাপতি পদৰ পৰা অব্যাহতি লোৱাত পঞ্চায়ত খনৰ তত্বাৱধায়কৰ দায়িত্বত আছে খণ্ড উন্নয়ন বিষয়া গৰাকী।
সেয়ে এইসকল চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে উচিত ব্যৱস্থা লবলৈ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে সদস্যসকলে।

নিৰ্মলেন্দু পাঠক

নিৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm
সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

September 29, 2026 1:03 pm
বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

September 29, 2026 11:37 am
ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

September 29, 2026 11:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm
সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

September 29, 2026 1:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd