• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কটন বিশ্ব বিদ্যালয়ৰ উঃ মাঃ প্ৰথম বৰ্ষৰ কলা-বিজ্ঞান শাখাত নাম ভৰ্তিৰ দিন ঘোষণা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 7, 2020 4:52 pm

1 min read

Cotton-University-750x375
314
VIEWS
Share on FacebookShare on Twitter

ঐতিহ্যমণ্ডিত কটন বিশ্ব বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক কলা আৰু বিজ্ঞান শাখাৰ প্ৰথম বৰ্ষত নাম ভৰ্তিৰ দিন ঘোষণা কৰা হৈছে।

বিশ্ব বিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা জাননীত প্ৰকাশ পোৱা অনুসৰি ১০ আৰু ১১ আগষ্টত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ কলা আৰু বিজ্ঞান শাখাত নাম ভৰ্তি কৰা হ’ব।

কটন বিশ্ব বিদ্যালয়ৰ ৱেবছাইটৰ জৰিয়তে অনলাইন যোগে হ’বলগীয়া এই নাম ভৰ্তি পুৱা ৯.৩০ বজাৰ পৰা বিয়লি ১.৩০ বজালৈ চলিব।

অনলাইন যোগে হ’বলগীয়া নাম ভৰ্তিৰ পিছত শ্ৰেণী আৰম্ভ হোৱাৰ সময়ত শিক্ষাৰ্থীয়ে তেওঁলোকৰ যাৱতীয় সকলো নথি-পত্ৰ সমূহ কৰ্তৃপক্ষক দেখুৱাব লাগিব।

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ কলা আৰু বিজ্ঞান শাখাত দ্বিতীয় পৰ্যায়ৰ নাম ভৰ্তিৰ দিন কৰ্তৃপক্ষই পৰৱৰ্তী সময়ত ঘোষণা কৰিব।

একেদৰে আন পৰ্যায়ৰ নাম ভৰ্তিৰ দিনো পৰ্যায়ক্ৰমে ঘোষণা কৰা হ’ব বুলি বিশ্ব বিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

আসনৰ সংৰক্ষণ সম্পৰ্কীয় ঘোষণা কৰ্তৃপক্ষই পৰৱৰ্তী সময়ত জাননীৰ জৰিয়তে প্ৰকাশ কৰিব।

নামভৰ্তিৰ সৈতে জৰিত বিষয়,মাচুল আদিৰ বিষয়ে জানিবলৈ কটন বিশ্ব বিদ্যালয়ৰ ৱেবছাইট www.cottonuniversity.ac.in. যোগাযোগ কৰিব পৰা যাব।

Recent News

Rhino-1140x570

আকৌ গঁড় হত্যা! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰি খৰ্গ কাটি নিলে চোৰাংচিকাৰীয়ে

a-vac-640x375

গোলাঘাটত ৫৮,২৫৫ পালি প্ৰতিষেধক প্ৰদান : নুমলীগড়ত গুৱাহাটীৰ পৰা অহা যাত্ৰীসহ বাহনৰ কৰ্মচাৰীক কোভিড টেষ্ট

MAHA-750x375

কাইলৈ পৰা মহা-লকডাউন! : অতি শীঘ্ৰেই লকডাউন ঘোষণা কৰিব পাৰে চৰকাৰে!

images.jpeg-11(1)

মাৰ্ঘেৰিটাত ৪ গৰাকী ব্যক্তিৰ দেহত কোভিড : মহকুমা প্ৰশাসনৰ সতৰ্কতামূলক অভিযান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd