• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কটন ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থীক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত

NE NOW NEWS অনিৰ্বাণ পাঠক
গুৱাহাটী , October 5, 2018 11:24 pm

1 min read

CottonStudent

ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত দুৰ্বৃত্তৰ আক্ৰমণত কটনৰ প্ৰাৰ্থী ছাত্ৰ। নৱজিত দত্ত (বাওঁফালে) আৰু ত্ৰিনয়ন বৰুৱা।

933
VIEWS
Share on FacebookShare on Twitter

কাইলৈ, অৰ্থাৎ ৬ অক্তোবৰত অনুষ্ঠিত হ’ব লগীয়া কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এজন ছাত্ৰ আৰু আন এজন সমৰ্থক ছাত্ৰক কোনো লোকে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছে। এই ঘটনাই কটন বিশ্ববিদ্যালয়ত উত্তেজনাৰ পৰিৱেশ সৃষ্টি কৰিছে।

আহত ছাত্ৰ দুজন হ’ল ক্ৰমে ত্ৰিনয়ন বৰুৱা আৰু নৱজিত দত্ত। নৱজিত দত্ত সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী হোৱাৰ বিপৰীতে ত্ৰিনয়ন বৰুৱা সমৰ্থিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰৰ দায়িত্বত আছিল। ত্ৰিনয়ন বৰুৱায়ো যোৱা বছৰৰ ছাত্ৰ একতা সভাত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও তেওঁ জিকা নাছিল।

আনহাতে ছাত্ৰ দুজন বিশ্ববিদ্যালয়খনৰ সীতানাথ ব্ৰহ্ম চৌধুৰী ছাত্ৰাবাসৰ আৱাসী বুলি জানিব পৰা গৈছে।

কোনে ছাত্ৰ দুজনক এইদৰে আক্ৰমণ কৰে সেই কথা এতিয়ালৈকে নিশ্চিত হ’ব পৰা নাই। জানিব পৰা মতে নিশাৰ ভাগত চিৰিয়াখানাৰ ওচৰত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে দুয়োকে। সম্প্ৰতি গুৰুতৰভাৱে আহত দুয়োকে নেমকেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।

উল্লেখযোগ্য যে কাইলৈ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভা, ২০১৮-১৯ৰ  নিৰ্বাচন অনুষ্ঠিত হ’ব। ১৮টা পদৰ বিপৰীতে মুঠ ৫১জন ছাত্ৰ-ছাত্ৰীয়ে এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। ইয়াৰে দুটা পদৰ বিপৰীতে দুজন প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd