• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিয়াৰ তিনি মিনিটৰ ভিতৰতে ডিৰ্ভোছ! কাৰণ শুনিলে চকু কপালত উঠিব আপোনাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 26, 2024 3:26 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এনেকুৱাও হয়! বিয়াৰ ৩ মিনিটৰ ভিতৰতে ঘটিল বিবাহ বিচ্ছেদ! দুয়োপক্ষই দৰা-কইনাৰ সৈতে বিবাহ পঞ্জীয়ন কাৰ্যালয়ত হাজিৰ হয়। আইন অনুসৰি বিয়া সম্পূর্ণ হোৱাৰ পাছতে আৰম্ভ হ’ল বেমেজালি৷ পঞ্জীয়কৰ ওচৰত বিবাহ প্ৰ-পত্ৰত চহী কৰাৰ পিছত তাৰ পৰা ওলোৱাৰ সময়ত কইনাজনী উজুটি খাই পৰে। দৰাটোৱে তেওঁক হাতত ধৰি ৰখাৰ সলনি খঙত কৈ উঠিল- ‘ষ্টুপিড!’।

যিজন পুৰুষৰ লগত তেওঁ গোটেই জীৱন কটাবলৈ সিদ্ধান্ত লৈছিল, সম্পৰ্ক আৰম্ভ কৰাৰ মুহূৰ্ততে সেই মানুহজনৰ এনে অপমানজনক আচৰণ কইনাজনীয়ে মানি ল’ব নোৱাৰিলে। লগে লগে তেওঁ বিবাহ পঞ্জীয়কক ক’লে, ‘ছাৰ, মই বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰিব বিচাৰো।’

লগতে পঢ়কঃ যুদ্ধ হ’ব মৰমৰে! পত্নীৰ সৈতে কাজিয়াৰ পিছত ভুলতো নকৰিব এই ৬টা কাম

Apply Now

বিবাহ পঞ্জীয়কো লগে লগে মান্তি হ’ল! ফলত চাৰিখন হাত এক হোৱাৰ তিনি মিনিটৰ ভিতৰতে ঘটিল বিচ্ছেদ! এইটোকে বিশ্বৰ ইতিহাসত আটাইতকৈ চুটি বিবাহ বুলি কোৱা হৈছে।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে পাৰ্চী উপসাগৰৰ উত্তৰ-পশ্চিম কোণত অৱস্থিত আৰব উপদ্বীপৰ কুৱেইটত। ২০১৯ চনৰ এই ঘটনাৰ ভিডিঅ’ নতুনকৈ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

কেইবাজনো নেটিজেনে কইনাৰ এই পদক্ষেপক সমৰ্থন কৰি লিখিছে, “আত্মসন্মানতকৈ ডাঙৰ একোৱেই নহয়। সকলোৱে এইটোৱেই কৰা উচিত।” কিছুমান মানুহে বুজাবুজিৰ সম্পৰ্ক টানি বিপৰীত মতামতো প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ ছুটীত থকা ‘অগ্নিবীৰ’ হৈ পৰিল কুখ্যাত ডকাইতি দলৰ নেতা, গ্ৰেপ্তাৰ আৰক্ষীৰ

বাতৰি অনুসৰি, ইয়াৰ পূৰ্বে গ্ৰেটাৰ মানচেষ্টাৰৰ স্কট মেককি আৰু ভিক্টোৰিয়া এণ্ডাৰছনৰ বিবাহক আটাইতকৈ চুটি বিবাহ হিচাপে নিৰ্বাচিত কৰা হৈছিল। তেওঁলোকৰ বিবাহৰ সময় আছিল মাত্ৰ ৯০ মিনিট। জনা যায় যে বিয়াৰ পিছত দৰা-দৰাযাত্ৰীৰ আচৰণত কইনাৰ খং উঠিছিল। খঙত তেওঁ দৰাৰ মূৰত এচট্ৰেৰে আঘাত কৰিছিল। ঘটনাৰ গোচৰ আৰক্ষীৰ ওচৰ পাইছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd