• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ল’কডাউনৰ নীতি-নিৰ্দেশনাৰে অতিথিৰ অনুপস্থিতিত বৰপেটাত বিবাহ সম্পন্ন

NE NOW NEWS শশাংক তালুকদাৰ
বৰপেটা , May 15, 2020 4:39 pm

1 min read

ল’কডাউনৰ নীতি-নিৰ্দেশনাৰে অতিথিৰ অনুপস্থিতিত বৰপেটাত বিবাহ সম্পন্ন
4k
VIEWS
Share on FacebookShare on Twitter

ল’কডাউনৰ সময়ত সম্পূৰ্ণ নীতি-নিৰ্দেশনা পালন কৰি বৰপেটা জিলাৰ সাৰংগ শৰ্মাই গোবিন্দপুৰ গাঁৱৰ বৰষা গোস্বামীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ যুগ্ম জীৱনৰ আৰম্ভণি মেলে।

সম্পূৰ্ণ ৰীতি-নীতিৰে মুখত মাস্ক পিন্ধি দৰা-কইনাই কেইগৰাকীমান আত্মীয়ৰ উপস্থিতিত বিবাহ কাৰ্য্য সম্পন্ন কৰে।

আনকি তেওঁলোকৰ বিবাহ অনুষ্ঠানত কোনোধৰণৰ ৰভা বা বেণ্ড পাৰ্টিৰো ব্যৱস্থা নাছিল।

নৱ বিবাহিত দম্পতীহালে বিবাহ কাৰ্য্যত ৰাহি হোৱা টকাৰে ওচৰৰ মানুহৰ মাজত মাস্ক আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে।

ল’কডাউনৰ সময়ত বিবাহ আদি অনুষ্ঠানত প্ৰশাসনে অধিক সংখ্যক লোকৰ উপস্থিতি নিষিদ্ধ কৰিছিল।

চৰকাৰৰ আহ্বানৰ প্ৰতি সহাৰি জনাই বৰপেটাৰ দম্পতীয়ে দেখুওৱা দায়বদ্ধতাক ওচৰ-চুবুৰীয়া সকলোৱে প্ৰশংসা কৰিছে।

উল্লেখযোগ্য যে, অসমত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। বিগত দুটা দিনত মুঠ ২২ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছতে অধিক সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে।

Recent News

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

opposition boycott president address

সংসদৰ যৌথ অধিৱেশনত ১৬টা বিৰোধী দলে বৰ্জন কৰিব ৰাষ্ট্ৰপতিৰ ভাষণ

a 5g

দেশত আৰম্ভ হ’ল 5G নেটৱৰ্ক, কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd