• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভিছা উলিয়াবলৈ গৈ খালী হ’ল একাউণ্ট! ২ টকা প্ৰেৰণ কৰাৰ পিছতে নোহোৱা হ’ল ২ লাখ টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2022 10:00 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

214
VIEWS
Share on FacebookShare on Twitter

Fraud visa agents চাকৰি বাদ দি মুম্বাইৰ শশী নিৰংকৰনাথ কৌশল নামৰ এজন ব্যক্তিয়ে তেওঁৰ পত্নী আৰু কন্যাৰ সৈতে ইউৰোপ ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। তাৰপিছতে তেওঁ অনলাইন ভিছাৰ বাবে আবেদন কৰে। প্ৰায় এমাহ অপেক্ষা কৰাৰ পিছত  শেহতীয়াকৈ ভিছা সম্পৰ্কীয় কাম কৰিবলৈ গৈ প্ৰৱঞ্চকৰ ফান্দত পৰে এই দম্পতি।

ভিছা এজেণ্ট হিচাপে পৰিচয় দিয়া এজন লোকে কৌশলক ফোন কৰিছিল। তাৰ পিছতে তেওঁ হেৰুৱাবলগীয়া হ’ল ২ লাখ টকা। দৰাচলতে ঘটনাটো কি ঘটিছিল?

লগতে পঢ়ক: বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ কনভয়ত আক্ৰমণ; শিলগুটি নিক্ষেপ, লাঠিৰে কোবাই ভাঙিলে গাড়ী

যোৱা ১২ জুলাইত শশী নিৰংকৰনাথ কৌশলে ভিছাৰ বাবে আবেদন কৰিছিল। তাৰ পিছত যোৱা শনিবাৰে তেওঁৰ পত্নী ৰুচি গুপ্তাই অনলাইনত ভিছাৰ ষ্টেটাছ পৰীক্ষা কৰিছিল। তাৰ পিছত তেওঁ অনলাইনত ভিএফএছ গ্লোবেল কোম্পানীৰ গ্ৰাহক সেৱা নম্বৰ  উলিয়াই ফোন কৰে।

চাৰকোপ আৰক্ষী থানাৰ বিষয়াসকলে জানিবলৈ দিছে যে মহিলাগৰাকীয়ে ৱেবছাইটত দিয়া নম্বৰটোত ফোন কৰিছিল। ফোনটো দুবাৰ বাজি কাটি যায়। তাৰপিছতে +91-8240557244 এই নম্বৰৰ পৰা ফোন আহে। ভিছা এজেণ্ট হিচাপে পৰিচয় দিয়া এজন ব্যক্তিয়ে তেওঁক কয় যে প্ৰচেছিং মাচুল পৰিশোধ নকৰাৰ বাবে ভিছা দিব পৰা হোৱা নাই।

ব্যক্তিজনে কয় যে এটা লিংক প্ৰেৰণ কৰা হৈছে আৰু তাত ক্লিক কৰিলে এক নিৰ্দিষ্ট মাচুল পৰিশোধ কৰিবলৈ অৱগত কৰা হয়। অৱশ্যে তেওঁ কোনো অ’টিপি দিয়া নাছিল। ইউপিআইৰ জৰিয়তে তেওঁ মাত্ৰ ২ টকা পৰিশোধ কৰে আৰু তেতিয়াই ঘটনাটো ঘটে।

লগতে পঢ়ক: Nayyara Noor: অসমত জন্মগ্ৰহণ কৰা পাকিস্তানৰ ‘বুলবুল’ কিংবদন্তি গায়িকা নায়াৰা নুৰৰ পৰলোকপ্ৰাপ্তি

তেওঁ ২ টকা প্ৰেৰণ কৰাৰ পিছত চাৰিটা এছএমএছ তেওঁৰ মোবাইললৈ আহে য’ত দেখা যায় যে আঠবাৰ টকা কৰ্তন কৰা হৈছে। প্ৰতিবাৰেই ২৫,০০০কৈ টকা। এইদৰে তেওঁৰ একাউণ্টৰ পৰা মুঠ ২ লাখ টকা উলিয়াই নিয়ে। তেওঁ আৰক্ষী আৰু বেংক দুয়োটাৰে ওচৰত এই সম্পৰ্কে অভিযোগ দাখিল কৰিছে।

Recent News

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd