• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’না কালত এখন ব্যতিক্ৰমী বিয়া; থানাতেই সজালে মণ্ডপ আৰু পিন্ধালে বৰমালা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 3, 2021 4:52 pm

1 min read

indian-wedding

প্ৰতিনিধিত্বমূলক ফটো।

197
VIEWS
Share on FacebookShare on Twitter

আৰক্ষী থানাতেই অনুষ্ঠিত হোৱা এখন ব্যতিক্ৰমী বিয়াৰ ঘটনা পোহৰলৈ আহিছে। মঙলবাৰে এহাল বাকদত্তাই আৰক্ষীৰ উপস্থিতিতে এজনে সিজনক বৰমালা পিন্ধাই সাত জনমলৈ এক হোৱাৰ কথা দিয়ে।

উত্তৰ প্ৰদেশৰ দুৰ্গাৱতীৰ ঘটনা এয়া। কৰ’নাৰ সংকটৰ মাজত লকডাউনৰ বাবে পৰিয়াললৈ অহা আৰ্থিক বিপৰ্যয়ৰ কাৰণে এই যুগলবন্দীয়ে থানাকেই বিবাহৰ উপযুক্ত স্থান হিচাপে নিৰ্বাচিত কৰে।

মঙলবাৰে কোনো বিবাহৰ লগ্ন নাছিল, নাছিল বৰযাত্ৰী বা পৰিয়ালবৰ্গ। বাকদত্তাৰ সৈতে আৰক্ষী থানাতেই বিয়া সম্পূৰ্ণ কৰিলে যুৱকে।

থানাখনৰ আৰক্ষীকৰ্মী, বিষয়াসকলৰ লগতে কেইগৰাকীমান লোক বিয়াখনত উপস্থিত থাকে। এগৰাকী সাংবাদিকে মন্ত্ৰোচ্চাৰণ কৰি বিয়াৰ ৰীতি সম্পূৰ্ণ কৰে।

কন্যাপক্ষৰ লোকে জানিবলৈ দিয়া মতে যোৱা এবছৰ ধৰি কৰ’নাৰ সংকটৰ বাবে ঘোষণা কৰা লকডাউনৰ ফলত দুয়োটা পৰিয়াললৈ আৰ্থিক সংকট নামি আহে। কিন্তু বিয়াখনতো পাতিব লাগে।

বিয়া বুলিলেই জৰুৰী খৰচৰ লগতে আন বহুতো খৰচৰ কথা আহে। সেই কাৰণেই ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ দুয়োপক্ষই বিয়াখন আইনক সাক্ষী কৰিয়েই সম্পূৰ্ণ কৰিবলৈ বিচাৰে।

এনেদৰেই দুৰ্গাৱতী থানাৰ আৰক্ষী বিষয়াসকলৰ উপস্থিতিতেই বিয়াখনৰ ৰীতি-নীতি সম্পূৰ্ণ কৰা হয়। বিয়াৰ ৰীতি-নীতি সম্পূৰ্ণ কৰাৰ পাছত উপস্থিত লোকসকলৰ মাজত মিঠাই বিতৰণ কৰা হয় আৰু সকলোৱে দৰা-কইনাক এক সুখী দাম্পত্য জীৱনৰ বাবে আশীৰ্বাদ দিয়ে।

Recent News

IMG-20210228-WA0001(1)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

IMG_20210227_200752

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

bomb-750x375

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd