• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পিতৃৰ আবেদন অগ্ৰাহ্য : ১৯ বছৰীয়া কইনাক স্বামীৰ সৈতে থাকিবলৈ বিধান দিলে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 10, 2020 5:02 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ ১৯ বছৰীয়া ব্ৰাহ্মণ সম্প্ৰদায়ৰ কইনা গৰাকীয়ে তেওঁৰ ৩৫ বছৰীয়া দলিত সম্প্ৰদয়াৰ বিধায়ক স্বামীৰ সৈতে থাকিব পাৰিব। আজি মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে।

উল্লেখ্য যে তামিলনাডুৰ এগৰাকী দলিত সম্প্ৰদায়ৰ AIADMKৰ বিধায়ক এ প্ৰভুৱে ব্ৰাহ্মণ সম্প্ৰদায় তথা এটা মন্দিৰৰ পৰোহিত স্বামীনাথনৰ ১৯ বছৰীয়া কন্যা সৌন্দৰ্য্যাৰ সৈতে যোৱা সোমবাৰে বিবাহপাশত আৱদ্ধ হৈছিল।

Apply Now

এই বিবাহ ৰাজহুৱা হোৱাৰ লগে লগে কন্যাগৰাকীৰ পিতৃয়ে দলিত বিধায়কজনে তেওঁৰ কন্যাক অপহৰণ কৰি নি ফলুচুলাই বিয়া কৰোৱা বুলি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

ইফালে দলিত সম্প্ৰদায়ৰ বিধায়কজনে এই অভিযোগ খণ্ড কৰি কৈছিল যে তেওঁ যুৱতীগৰাকীৰ সৈতে প্ৰেমাপাশত আৱদ্ধ হৈহে বিয়া কৰোৱাইছিল আৰু এই বিবাহত যুৱতী গৰাকীৰ সন্মতি আছে।

লগতে পঢ়ক : ১৯ বছৰীয়া ব্ৰাহ্মণ তৰুণীৰে দলিত বিধায়কৰ বিবাহ : আত্মহত্যাৰ ভাবুকি যুৱতীৰ পিতৃৰ

আনকি বিধায়কজনৰ মতে তেওঁ দলিত সম্প্ৰদায়ৰ হোৱাৰ বাবেই কন্যাগৰাকীৰ পিতৃ স্বামীনাথনে এই বিয়াত সন্মতি প্ৰদান কৰা নাছিল।

কিন্তু পিতৃ গৰাকীয়ে এই অভিযোগ খণ্ডন কৰি আৰক্ষীক এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকিয়নী দি আত্মতহ্যা কৰাৰো ভাবুকি প্ৰদান কৰিছিল।

স্বমীনাথনে তেওঁৰ কন্যা আৰু বিধায়ক গৰাকীৰ মাজৰ বয়সৰ বিস্তৰ ব্যৱধানৰ বাবে আপত্তি কৰা বুলি আৰক্ষীক জনাইছিল।

কন্যা গৰাকীৰ পিতৃৰ স্বামীনাথনৰ অটল স্থিতিৰ বাবে সমগ্ৰ ঘটনাটোৱে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মজিয়াত পায়গৈ।

“প্ৰভুৱে মোৰ কন্যাৰ সৈতে যোৱা চাৰি বছৰ ধৰি প্ৰেম কৰি আহিছে, যেতিয়া তাই নাবালিকা আছিল। তাই মোৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গৈছিল।” আদালতত পিতৃ স্বামীনাথনে অভিযোগ কৰি এইদৰে কয়।

এই অভিযোগ খণ্ড কৰি দলিত বিধায়ক প্ৰভুৱে কয়, “যেতিয়া মই ৩০ বছৰীয়া আছিলো তেতিয়া মই ৰাজনীতিত ব্যস্ত আছিলো। লকডাউনৰ সময়তহে তেওঁ(পত্নী সৌন্দৰ্য্যা)ৰ সৈতে আন্তৰিকতা বৃদ্ধি পাইছিল আৰু আমি তেতিয়াহে প্ৰেমাপাশত আৱদ্ধ হৈছো। হয় মোৰ পত্নীক মই কিছু বছৰৰ পৰা ভালকৈ চিনি পাওঁ। তেওঁ মোক বিশ্বাস কৰে, মোৰ সফলতাত তেওঁৰ অৱদান থকাৰ লগতে মোৰ সফলতাৰ বাবে তেওঁ প্ৰাৰ্থনা কৰে। মই ভাবো কোনো ৰাজনৈতিক শক্তিয়ে তেওঁক আমাৰ বিৰুদ্ধে উচতাইছে।”

দুয়ো পক্ষৰ যুক্তি শুনাৰ পিছতে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে স্বামীনাথনৰ কন্যা সৌন্দৰ্য্যাক তেওঁৰ স্বামী তথা দলিত বিধায়ক এ প্ৰভুৰ সৈতে থাকিবলৈ ৰায় দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd