DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অতুলক আদালতে দিলে সকাহ! : অতুল বৰাই হৈ থাকিব অগপৰ সভাপতি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 7, 2020 6:40 pm
agp-20-feb-750x375 (2)
372
VIEWS
Share on FacebookShare on Twitter

কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে দিলে ৰায়, ‘অতুল বৰাৰ নেতৃত্বত যোৱা ২৭ আগষ্টত গঠন হোৱা সমিতিখন বৈধ আৰু অতুল বৰাই অগপৰ সভাপতি হৈ থাকিব।’

এই কথা অগপৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি জনাইছে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে।

সংবাদমেলত মহাজনে কয় ‘অগপৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে নিম্ন দেৱানী আদালতত দাখিল কৰা অভিযোগৰ ভিত্তিত নিম্ন দেৱানী আদালতে যি একপক্ষীয় ৰায়দান কৰিছিল বা ২৭ আগষ্টৰ সাধাৰণ পৰিষদৰ সভাৰ যি স্থগিতাদেশ জাৰি কৰিছিল সেয়া আজিৰ তাৰিখত নাই।‘

ইপিনে, নিম্ন দেৱানী আদালতে যোৱা ৫ ছেপ্তেম্বৰৰ দিনা অগপৰ নতুন কমিটিখনে বিষয়বাব গ্ৰহণ কৰিব নোৱাৰিব বুলি যি হুকুম জাৰি কৰিছিল তাৰ বিৰুদ্ধে জিলা ন্যায়িক দণ্ডাধীশৰ আদালতৰ কাষ চাপিছিল বুলি মহাজনে জানিবলৈ দিয়ে।

‘দীৰ্ঘম্যাদী শুনানিৰ পাছত আজি দুয়োপক্ষৰ মত শুনাৰ পাছত জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে হুকুম জাৰি কৰিছে যে নিম্ন আদালতে যোৱা ৫ ছেপ্তেম্বৰত যি হুকুম দিছিল সেইটো অগ্ৰাহ্য কৰা হৈছে। আজিৰে পৰা অতুল বৰা, কেশৱ মহন্তকে ধৰি অগপৰ নতুন সমিতিখন গণতান্ত্ৰিকভাৱে বিষয়বাবত বাহাল থাকিব।’

উল্লেখযোগ্য যে, অগপৰ মহানগৰ জিলা সমিতিৰ গিৰীণ তালুকদাৰ, জিতেন ডেকা আৰু হেমেন দাসে সংবিধান অৱমাননা কৰি অগপই অধিৱেশন অনুষ্ঠিত কৰাৰ বিৰুদ্ধে প্রত্যাহবান জনাই আদালতৰ দ্বাৰস্থ হৈছিল৷

অহা ১৯ নৱেম্বৰ পর্যন্ত অধিৱেশন সম্পর্কীয় কোনো সভা-সমিতি অনুষ্ঠিত কৰাৰ ক্ষেত্রত বাধা আৰোপ কৰিছিল নিম্ন দেৱানী আদালতে।

আদালতৰ নিৰ্দেশনাক অৱজ্ঞা কৰি সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰাৰ বাবে গুৱাহাটী জিলা সমিতিৰ জিতেন ডেকা, গিৰীণ তালুকদাৰ, হেমেন লহকৰে পুনৰবাৰ আদালতৰ কাষ চাপিছিল।

Recent News

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd