• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিছা গোচৰত গ্ৰেপ্তাৰ জিগনেশ মেৱানীক; অসম আৰক্ষীক কি শিকনি দিলে আদালতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 30, 2022 12:27 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটাৰ আদালতে শুকুৰবাৰে গুজৰাটৰ কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় বিধায়ক জিগনেশ মোৱানীৰ জামিন মঞ্জুৰ কৰে। আৰক্ষীৰ জিম্মাত থকা সময়ত এগৰাকী মহিলা আৰক্ষী বিষয়াক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত মেৱানীক গ্ৰেপ্তাৰ কৰা হয়।  

শুকুৰবাৰে বৰপেটাৰ আদালতে জিগনেশ মেৱানীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰক মিছা বুলি অভিহিত কৰি অসম আৰক্ষীক সকীয়নি দিয়ে। অসম আৰক্ষীয়ে আদালত আৰু আইনৰ অপব্যৱহাৰ কৰিছে বুলিও ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে।

মেৱানীৰ জামিন মঞ্জুৰ কৰি বৰপেটাৰ আদালতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশাসনক সতৰ্ক কৰি দিয়ে। আদালতে কয়,’’কষ্টোপাৰ্জিত গণতন্ত্ৰক এখন আৰক্ষী ৰাজ্যলৈ সলনি কৰাৰ চেষ্টা কৰা হৈছে।‘’

Apply Now

লগতে পঢ়ক: ৰমজানত ৰক্তাক্ত মছজিদ; সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত কাবুলত নিহত কমেও ৫০জন

বৰপেটা সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীয়ে অসম আৰক্ষীক সতৰ্ক কৰি দি ৰাজ্যৰ আৰক্ষীয়ে সীমা চেৰাই যোৱা বুলি অনুভৱ কৰে আৰু তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ক তৎকালীনভাৱে ৰাজ্যৰ আৰক্ষী প্ৰশাসনত সংস্কাৰৰ নিৰ্দেশ দিয়াৰ বাবেও আবেদন জনাইছে।

জিগনেশ মেৱানীৰ জামিন মঞ্জুৰ কৰি ন্যায়াধীশগৰাকীয়ে লগতে কয়,’’কষ্টোপাৰ্জিত গণতন্ত্ৰক এখন আৰক্ষীৰ ৰাজ্যলৈ সলনি কৰাৰ চেষ্টাৰ কথা ভাৱিবই নোৱাৰি। অসম আৰক্ষীয়ে এইটো কৰিলে সেয়া এক বিকৃত চিন্তাচৰ্চা।‘’

আদালতে জিগনেশ মেৱানীক মিছা গোচৰত সাঙুৰি গ্ৰেপ্তাৰ কৰা হৈছে বুলিয়ে সদৰী কৰে। এইক্ষেত্ৰত আদালতৰ ৰোষত পৰিছে অসম আৰক্ষী। ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ একাধিক সংস্কাৰৰ কথা উ ল্লেখ কৰি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ আবেদন জনাইছে বৰপেটা আদালতৰ ন্যায়াধীশগৰাকীয়ে।

লগতে পঢ়ক: জি-২০: একেখন মঞ্চতে দেখা যাব পুটিন-জেলেনস্কিক!

ন্যায়াধীশ গৰাকীয়ে কয়, ‘’প্ৰতিগৰাকী আৰক্ষীয়ে আইন শৃংখলা ৰক্ষাৰ কামত নিয়োজিত হোৱাৰ সময়ত বডি-কেমেৰা পৰিধান কৰিব লাগিব। কাৰোবাক গ্ৰেপ্তাৰ কৰিবলৈ যোৱাৰ সময়ত গাড়ীত চিচি টিভি কেমেৰা লগোৱা থাকিব লাগিব। কোনো সামগ্ৰী উদ্ধাৰৰ বাবে বা আন কাৰণত কোনোবাক কোনো স্থানলৈ লৈ যোৱাৰ বাবে সকলো থানাতে চিচি টিভি কেমেৰা লগাব লাগিব।‘’

জিগনেশ মেৱানীৰ দৰে মিছা এজাহাৰ দাখিল কৰি কাৰোবাক হাৰাশাস্তি কৰা বন্ধ কৰিবলৈ এইসমূহ ব্যৱস্থা শীঘ্ৰে লোৱাৰ প্ৰয়োজন বুলি আদালতখনে মতপোষণ কৰে।  

জিগনেশ মেৱানীৰ জামিন প্ৰদানৰ কপিৰ এটি প্ৰতিলিপি মুখ্য ন্যায়াধীশৰ ওচৰত জমা দিয়াৰ বাবে উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কৰ ওচৰলৈ প্ৰেৰণ কৰাৰো নিৰ্দেশ দিয়ে বৰপেটাৰ আদালতে।

লগতে পঢ়ক: প্ৰৱঞ্চনাৰ অভিযোগত কিংবদন্তি টেনিছ তাৰকা বৰিছ বেকাৰক আঢ়ৈ বছৰৰ কাৰাদণ্ড

শেহতীয়া বিধানসভাৰ অধিৱেশনত দিয়া তথ্য অনুসৰি হিমন্ত বিশ্ব শৰ্মাই যোৱা ২০২১ৰ মে’ত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ৰাজ্যখনত আৰক্ষীৰ গুলীত ২৯জন লোক নিহত হোৱাৰ লগতে ৯৬জন লোক আহত হৈছে।

শুকুৰবাৰে বৰপেটাৰ আদালতৰ পৰ্যবেক্ষণে অসম আৰক্ষীৰ গুৰু গোঁসাই নমনা আচৰণকলৈ দিয়া নিৰ্দেশনাই স্বাভাৱিকতে গণতন্ত্ৰৰ প্ৰতি আস্থাশীল লোকসকলৰ মাজত আশাৰ সঞ্চাৰ কৰিছে।   

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd