• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘চৰকাৰৰ অৰ্থনৈতিক সিদ্ধান্তত ন্যায়ালয়ে হস্তক্ষেপ কৰা উচিত নহয়’; সৰ্বোচ্চ ন্যায়ালয়ক জনালে কেন্দ্ৰই

এন ই নাও নিউজ by এন ই নাও নিউজ
October 10, 2020 3:43 pm
Story-4-1140x570

উচ্চতম না্যায়ালয়। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰৰ অৰ্থনৈতিক সিদ্ধান্তত ন্যায়পালিকাই হস্তক্ষেপ কৰা উচিত নহয়। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ক এইদৰে কয় কেন্দ্ৰ চৰকাৰে।

কেন্দ্ৰই লগতে আৰু কয় যে, ন্যায়ালয়ত মোকৰ্দমা বা শুনানিৰ ওপৰ ভিত্তি কৰি অৰ্থনৈতিক পেকেজো দিয়া নহয়। অৰ্থাৎ অৰ্থনৈতিক নীতি সংক্ৰান্তত কেন্দ্ৰীয় চৰকাৰ ন্যায়াপালিকাৰ ওচৰত জবাবদিহি নহয়।

Apply Now

লকডাউনৰ সময়ত মোৰাটৰিয়াম EMIৰ ওপৰত বিত্তীয় প্ৰতিষ্ঠান সুদ লগোৱা সংক্ৰান্তীয় উচ্চতম ন্যায়ালয়ত বিচাৰাধীন এক গোচৰত শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে দাখিল কৰাৰ এক শপতনামাত এইদৰে কয়।

শপতানামত কেন্দ্ৰীয় চৰকাৰে স্পষ্টৰূপত উল্লেখ কৰিছে যে, ‘পৃথক পৃথক ছেক্টৰক নতুনকৈ আৰু অৰ্থনৈতিক সাহায্য দিয়া সম্ভৱ নহয়। আৰু কেন্দ্ৰৰ অৰ্থনৈতিক নীতিত ন্যায়ালয়ে হস্তক্ষেপ কৰাও উচিত নহয়।’

উল্লেখ্য যে মোৰাটৰিয়াম পিৰিয়ড়ৰ EMIৰ সুদৰ সংক্ৰান্তীয় এক গোচৰ কেবা মাহ ধৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে।

ছমাহ দিন ধৰি দেশত বলৱৎ হোৱা লকডাউনৰ সময়ত দেশৰ মধ্যবিত্তীয়সকলক আৰ্থিক সকাহ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঋণৰ EMI প্ৰদান স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল।

সেই নিৰ্দেশৰ ভিত্তিতে দেশৰ বিত্তীয় প্ৰতিষ্ঠানসমূহেও EMI সংগ্ৰহৰ কাম স্থগিত ৰাখিছিল।

কিন্তু ইয়াৰ পিছতে বিত্তীয় প্ৰতিষ্ঠানসমূহে মোৰাটৰিয়াম পিৰিয়ডৰ EMIৰ ওপৰত সুদ ধাৰ্য কৰা বুলি অভিযোগ কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হয়।

ইয়াৰ পিছতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে চৰকাৰৰ লগতে সংশ্লিষ্ট বিত্তীয় প্ৰতিষ্ঠানসমূহক তিৰস্কাৰ কৰাও পৰিলক্ষিত হয়।

এই বিচাৰাধীন গোচৰটোৰ সংক্ৰান্ততে সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছিল। আৰু শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে এক শপতনামাৰ যোগে সৰ্বোচ্চ ন্যায়ালয়ক নিজৰ স্থিতি স্পষ্ট কৰি এইদৰে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd